১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১১ মে' (ইংৰাজী: 11 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৯৯৮ - ভাৰত চৰকাৰে আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।

জন্মসম্পাদনা কৰক

  • ১৯০৪- ছালভাদৰ ডালি, স্পেইনৰ চিত্ৰকৰ।
  • ১৯৭০- পূজা বেদী, ভাৰতীয় অভিনেত্ৰী।

মৃত্যুসম্পাদনা কৰক

  • ১৯৬৩ চনত আজিৰ দিনটোত আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী 'হাৰ্বাট স্পেনছাৰ গাছাৰ'ৰ মৃত্যু হয়। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।

দিৱসসম্পাদনা কৰক

  • ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।