১১ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১১ মে' (ইংৰাজী: 11 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৯তম (অধিবৰ্ষত ১৩০তম) দিন। বছৰ শেষ হ'বলৈ ২৩৬ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৯৮ - ভাৰত চৰকাৰে আজিৰ দিনটোতে ৰাজস্থানৰ পোখৰাণ মৰুভূমি অঞ্চলত পাৰমাণবিক অস্ত্ৰৰ পৰীক্ষা চলায়।
জন্মসম্পাদনা কৰক
- ১৯০৪- ছালভাদৰ ডালি, স্পেইনৰ চিত্ৰকৰ।
- ১৯৭০- পূজা বেদী, ভাৰতীয় অভিনেত্ৰী।
মৃত্যুসম্পাদনা কৰক
- ১৯৬৩ চনত আজিৰ দিনটোত আমেৰিকান শৰীৰতত্ত্ব বিদ তথা বিজ্ঞানী 'হাৰ্বাট স্পেনছাৰ গাছাৰ'ৰ মৃত্যু হয়। ১৯৪৪ চনত তেওঁ চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
দিৱসসম্পাদনা কৰক
- ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱস।