১৮ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
১৮ মে' (ইংৰাজী: 18 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৮তম (অধিবৰ্ষত ১৩৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৭টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯৭৬ - ভাৰতত প্ৰথম পাৰমাণবিক বোমাৰ পৰীক্ষামূলক বিস্ফোৰণ ঘটোৱা হয়।
জন্মসম্পাদনা কৰক
- ১০৪৮ - অমৰ খায়াম, ইৰাণৰ কবি, দাৰ্শনিক। (মৃ.০৪/১২/১১৩১)
- ১৮৭২ - বাৰ্ট্ৰেণ্ড ৰাছেল, ইংৰাজ বিজ্ঞানী, শিক্ষাবিদ, দাৰ্শনিক, লেখক আৰু সাহিত্যত নোবেল বিজয়ী। (মৃত্যু: ২ ফেব্ৰুৱাৰী, ১৯৭০)
মৃত্যুসম্পাদনা কৰক
- ২০০৯ - ভেলুপিল্লাই প্ৰভাকৰণ, শ্ৰীলঙ্কাৰ লংকা তামিল টাইগাৰ নেতা। (জ. ১৯৪৪)
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৮ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |