২১ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
২১ মে' (ইংৰাজী: 21 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪১তম (অধিবৰ্ষত ১৪২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৪টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাসম্পাদনা কৰক
- ১৫০২ - জোৱাঅ' ডা নোভাই চেইণ্ট হেলেনা দ্বীপ আৱিষ্কাৰ কৰে।
জন্মসম্পাদনা কৰক
- ১৮৯৫ -লোকনায়ক অমিয় কুমাৰ দাস, এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। (মৃত্যু: ১৯৭৫)
- ১৯৫০ - আনন্দৰাম বৰুৱা, প্ৰথম অসমীয়া স্নাতক তথা আই. চি. এছ. বিষয়া।
- ১৯৫৫ - ছাৰ চৈয়দ মহম্মদ ছাদুল্লা, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। (মৃত্যু: ৮ জানুৱাৰী ১৯৫৫)
মৃত্যুসম্পাদনা কৰক
- ১৯৯১ চনৰ আজিৰ দিনটোত ভাৰতৰ ষষ্ঠ গৰাকী প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীক আততায়ীয়ে হত্যা কৰিছিল।
- ২০২১ সুন্দৰলাল বহুগুণা, স্বনাধন্য পৰিৱেশবিদ তথা চিপকো আন্দোলনৰ অন্যতম প্ৰৱৰ্তক, পদ্মবিভূষণ, সুন্দৰলাল বহুগুণা ক'ভিড-১৯ত আক্ৰান্ত হৈ ৯৪ বছৰ বয়সত মৃত্যু হয়।
দিৱসসম্পাদনা কৰক
আন্তৰ্জাতিক চাহ দিৱস
- আন্তৰ্জাতিক চাহ দিৱস
- সংলাপ আৰু বিকাশৰ বিশ্ব সাংস্কৃতিক দিৱস