১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৩ মে' (ইংৰাজী: 3 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৮৩৭ - এথেন্স বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয় গ্ৰীচত।
  • ১৯১৩ - প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ ৰাজা হৰিশ্চন্দ্ৰ মুক্তি লাভ কৰে।
  • ১৯৩৭ - মাৰ্গাৰেট মিচেল, তেখেতে “Gone with the Wind” নামৰ কিতাপখনৰ বাবে পুলিৎজাৰ বঁটা লাভ কৰে।

জন্মসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

  • ১৯৬৯ - জাকিৰ হুছেইন, ৰাজনীতিবিদ, ভাৰতৰ তৃতীয় ৰাষ্ট্ৰপতি। (জন্ম: ৮ ফেব্ৰুৱাৰী, ১৮৯৭)।
  • ১৯৮১ - নাৰ্গিছ দত্ত ভাৰতীয় অভিনেত্ৰী। (জন্ম: ১ জুন, ১৯২৯)
  • ১৯৮৮ - প্ৰেমেন্দ্ৰ মিত্ৰ, বাংলা কল্লোল যুগৰ অন্যতম এজন অন্যতম সাহিত্যিক। (জন্ম: ৪ ছেপ্টেম্বৰ, ১৯০৪)
  • ২০০২ - কীৰ্তিনাথ হাজৰিকা, অসমীয়া সাহিত্যিক। (জন্ম: ২২ আগষ্ট, ১৯২২)
  • ১৯৩৪ - বিখ্যাত 'ছিৰাজ' গল্পৰ স্ৰষ্টা গল্পকাৰ লক্ষীধৰ শৰ্মা ।

দিৱসসম্পাদনা কৰক

  • বিশ্ব মুক্ত গণমাধ্যম দিৱস।

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক