১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮  ১৯  ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৮ মে' (ইংৰাজী: 8 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২৩তম (অধিবৰ্ষত ১২৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪২টা দিন বাকী থাকে।

  • ১৯৪৫ - মিত্ৰশক্তিৰ ওচৰত জাৰ্মনীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল।
  • ১৯৯৬ - দক্ষিণ আফ্ৰিকাত বৰ্ণ-বৈষম্যহীন সংবিধান প্ৰৱৰ্তন কৰা হয়।
  • বিশ্ব ৰেডক্ৰছ দিৱস।