১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২ মে' (ইংৰাজী: 2 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১২২তম (অধিবৰ্ষত ১২৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৩টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১৯২১ - সত্যজিৎ ৰায়, বাংলা সাহিত্যিক, সঙ্গীতজ্ঞ, চিত্ৰকৰ আৰু চলচ্চিত্ৰ পৰিচালক।
  • ১৯৬৯ - ব্ৰায়ান লাৰা, ৱেষ্টা ইণ্ডিজৰ ক্ৰিকেটাৰ।
  • ১৯৭৫ - ডেভিড বেকহাম, ইংৰজ ফুটবল খেলুৱৈ।

মৃত্যুসম্পাদনা কৰক

  • ১৫১৯ - লিঅ'নাৰ্ড' দা ভিন্সি, বিশ্ব বিখ্যাত চিত্ৰশিল্পী।
  • ১৯২৮ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া সাহিত্যত প্ৰথম ছনেট প্ৰণেতা আৰু অসমীয়া সাহিত্যৰ গুৰি বঠা ধৰা সকলৰ ভিতৰত অন্যতম। ইটালিয়ান গীতিকবি পেট্ৰাৰ্কৰ আৰ্হিত প্ৰথম ছনেট লিখি সুখ্যাতি অৰ্জন কৰা বিশিষ্ট কবি গৰাকীয়ে হ’ল হেমচন্দ্ৰ গোস্বামী। অসমীয়া সাহিত্যত এক বিশিষ্ট স্থান লাভ কৰা অভিনৱ সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি। তেখেতৰ জন্ম হৈছিল ১৮৭২ চনৰ ৮ জানুৱাৰী তাৰিখে।

ছুটি আৰু অন্যান্যসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক