১৭ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১৭ মে' (ইংৰাজী: 17 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৭তম (অধিবৰ্ষত ১৩৮তম) দিন। বছৰ শেষ হ'বলৈ ২২৮ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৫৪০ - শ্বেৰশ্বাহে কনৌজৰ যুদ্ধত হুমায়ুনক পৰাজিত কৰে।
- ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাসক ৩৫ বছৰ বয়সত গুৱাহাটীৰ ৰাজপথত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
- ২০০১ - তৰুণ গগৈয়ে অসমৰ ত্ৰয়োদশ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে।
জন্মসম্পাদনা কৰক
- ১৭৪৯ - এডওৱাৰ্ড জেনাৰ, ইংৰাজ চিকিৎসক আৰু বিজ্ঞানী, সৰু বসন্ত ৰোগৰ প্ৰতিষেধক আৱিষ্কাৰৰ বাটকটীয়া।(মৃত্য়ুঃ ২৬/০১/১৮২৩)
মৃত্যুসম্পাদনা কৰক
- ১৮৭০ - ৰাধানাথ শিকদাৰ,ভাৰতীয় গণিতজ্ঞ , মাউন্ট এভাৰেষ্টৰ প্ৰথম উচ্চতা নিৰূপণকাৰী আৰু আৱিষ্কাৰক।(জন্মঃ ১৮১৩)
- ১৯৯৬ - সাংবাদিক তথা মানৱ অধিকাৰ কৰ্মী পৰাগ কুমাৰ দাস।
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |