২৫ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
২৫ মে' (ইংৰাজী: 25 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৫তম (অধিবৰ্ষত ১৪৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২০টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী সম্পাদনা কৰক
- ২০১৪ - ভাৰতীয় পৰ্বতাৰোহী মালাৱাত পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰি মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হয়।[1]
- ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰে।
জন্ম সম্পাদনা কৰক
- ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
- ১৯৭৪ - যমুনা কৃষ্ণণ, ভাৰতীয় অজৈৱ ৰসায়নবিজ্ঞানী।
- ১৮৯৫ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী ।(মৃত্যু: ১৯৭৫ চন)
- ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
- ১৯২৭ - ললিত কুমাৰ দলে, ভাৰতীয় ৰাজনীতিক।
- ১৯৬৩ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।
মৃত্যু সম্পাদনা কৰক
- ২০০৫ - সুনীল দত্ত (বলৰাজ দত্ত), পদ্মশ্ৰী (১৯৬৮), বোলছবি অভিনেতা, প্ৰয়োজক, পৰিচালক আৰু ৰাজনীতিবিদ, প্ৰাক্তন যুৱ কাৰ্যক্ৰম আৰু ক্ৰীয়া মন্ত্ৰী (২০০৪–২০০৫), জনপ্ৰিয় বোলছবি মাদাৰ ইণ্ডিয়া।
- ২০২০ - বলবীৰ সিং দচাংঝ, ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। (জন্মঃ ১৯৩২)
দিৱস সম্পাদনা কৰক
- বিশ্ব থাইৰয়ড দিৱস।
বহিঃসংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইম্ছ: আজিৰ দিনটো (ইংৰাজী)