১৬ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰ শেষ হ'বলৈ ২৩০ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৯১১ - কলকাতাত এছিয়াৰ বৃহত্তম জলাধাৰ ‘টালা টেংক’ নিৰ্মাণৰ কাম সম্পূৰ্ণ হয়।
- ১৯২৯ - অস্কাৰ বঁটা প্ৰদান সমাৰোহ অনুষ্ঠিত হয়।
- ১৯৭৫ - ছিকিমক ভাৰতৰ অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান কৰে।
- ১৯৯১ - ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী মোৰাৰজী দেশাইলৈ পাকিস্তানৰ সৰ্বোচ্চ অসামৰিক সন্মান ‘নিশান-ই-পাকিস্তান’ বুলি ঘোষণা কৰে পাক প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে।
- ১৯৯৭ - ভাৰতৰ ৬-১০ শিশুৰ বাবে বাধ্যতামূলক বিনামূলীয়া শিক্ষা মৌলিক অধিকাৰৰ অন্তৰ্ভুক্ত কৰা হয়।
- ১৯৯৯ - কুৱেটত মহিলাৰ বাবে প্ৰথম ভোটাধিকাৰ সাব্যস্ত হয়।
জন্মসম্পাদনা কৰক
- ১৯০৩ - জননেতা ভীমবৰ দেউৰী ।