১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

১৪ মে' (ইংৰাজী: 14 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৪তম (অধিবৰ্ষত ১৩৫তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩১টা দিন বাকী থাকে।

  • ১৭৯৬ - এডৱাৰ্দ জেনাৰে (ইংৰাজী: Edward Jenner) ছিটাৰ ক্ষেত্ৰত পৰীক্ষামূলকভাৱে সফলতা লাভ কৰে।
  • ২০১৮ - আয়াৰলেণ্ড ক্ৰিকেটৰ ইতিহাসত প্ৰথম টে'ষ্টত সিহঁতৰ টেষ্ট ক্ৰিকেটৰ ইতিহাসত প্ৰথম শতক অৰ্জন কৰে কেভিন অ’ব্ৰায়ানে।

তথ্য সংগ্ৰহ

সম্পাদনা কৰক


বাহ্যিক সংযোগ

সম্পাদনা কৰক