২২ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
২২ মে' (ইংৰাজী: 22 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪২তম (অধিবৰ্ষত ১৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৩টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলী
সম্পাদনা কৰক- ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
- ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
- ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
- ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে।
- ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
জন্ম
সম্পাদনা কৰক- ১৭৭২ - ৰাজা ৰামমোহন ৰায়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু: ১৮৩৩ চন)
- ১৮৫৯ - আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্যিক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্যাত।
- ১৯২০ - থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
- ১৯৪০ - ইৰাপল্লী প্ৰসন্ন, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৬১ - সুমেইৰা আব্দুলআলি, ভাৰতীয় পৰিৱেশবিদ।
- ১৯৮৭ - নোভাক জʼকোভিচ, ছাৰ্বিয়ান টেনিছ খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ১৫৪৫ - শ্বেৰ ছাহ ছুৰী, ভাৰতীয় শাসক। (জন্ম: ১৪৮৬ চন)
- ১৮৮৫ - ভিক্টৰ হুগো, ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ আধিকাৰ কৰ্মী। (জন্মঃ ১৮০২)
দিৱস
সম্পাদনা কৰক- আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ্য দিৱস।
- গণতন্ত্ৰ দিৱস (শ্ৰীলংকা)