২২ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
২২ মে' (ইংৰাজী: 22 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪২তম (অধিবৰ্ষত ১৪৩তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২২৩টা দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনাৱলীসম্পাদনা কৰক
- ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
- ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে (আব্ৰাহাম লিংকন) “লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আৱিষ্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
- ১৯০৬ – ৰাইট ভাতৃদ্বয়ে “উৰন্ত সৰঞ্জাৰ (Flying-Machine)”ৰ পেটেণ্ট লাভ কৰে।
- ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিষ্ঠা কৰে।
- ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
জন্মসম্পাদনা কৰক
- ১৭৭২ – ৰাজা ৰামমোহন ৰায়, ভাৰতীয় দাৰ্শনিক, সমাজ সংস্কাৰক (মৃত্যু ১৮৩৩ চন)
- ১৮৫৯ - আৰ্থৰ ক'নান ডয়েল, স্কটিচ সাহিত্য়িক, চাৰ্লক হোমচ চৰিত্ৰটোৰ বাবে বিখ্য়াত।
- ১৯২০ – থমাছ গল্ড, অষ্ট্ৰেলিয়ান-আমেৰিকান বিজ্ঞানী (মৃত্যু ২০০৪ চন)
মৃত্যুসম্পাদনা কৰক
- ১৫৪৫ – শ্বেৰ ছাহ ছুৰী, ভাৰতৰ শাসক। (জন্মঃ ১৪৮৬ চন)
- ১৮৮৫ - ভিক্টৰ হুগো, ফৰাচী সাহিত্যিক, ৰাজনীতিবিদ আৰু মানৱ আধিকাৰ কৰ্মী। (জন্মঃ ১৮০২)
দিৱসসম্পাদনা কৰক
- বিশ্ব জৈৱ বৈচিত্ৰ্য দিৱস।
- গণতন্ত্ৰ দিৱস (শ্ৰীলংকা)