২৮ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৪ |
২৮ মে' (ইংৰাজী: 28 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৮তম (অধিবৰ্ষত ১৪৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২১৭টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭৪২ - লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।
- ১৯৯৬ - এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
- ২০২৩ - ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে।
জন্ম
সম্পাদনা কৰক- ১৮৮৩ - বিনায়ক দামোদৰ সাভাৰকাৰ, হিন্দু মহাসভাৰ সদস্য।
- ১৯২৩ - এন টি ৰামা ৰাও, ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (মৃত্যুঃ ১৮/০১/১৯৯৬)
- ১৯৩০ - ফ্ৰাঙ্ক ড্ৰেক, আমেৰিকান (আমেৰিকা যুক্তৰাষ্ট্ৰ) জ্যোতিৰ্বিজ্ঞানী (জ্যোতিৰ্বিজ্ঞান) আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানী।
- ১৯৩৩ - চৰণ নাৰ্জাৰী, অসমৰ ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক।
- ১৯৪৬ - কে সচিদানন্দন, ভাৰতীয় কবি আৰু সমালোচক।
- ১৯৫২ - পিনাকী চন্দ্ৰ ঘোষ, ভাৰতৰ প্ৰথম লোকপাল।
- ১৯৫২ - অৰুণ নাথ, অসমীয়া অভিনেতা।
মৃত্যু
সম্পাদনা কৰক- ১৯৩৭ - আলফ্ৰেড এডলাৰ, অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী।
- ২০১৪ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
দিৱস আৰু অন্যান্য
সম্পাদনা কৰক- গণতন্ত্ৰ দিৱস (নেপাল)।
- বিশ্ব মহিলা স্বাস্থ্য কৰ্ম দিৱস।
- ঋতুস্ৰাৱ স্বাস্থ্য দিৱস।
বহিঃসংযোগ
সম্পাদনা কৰক- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইমছত আজিৰ দিনটো (ইংৰাজী)