২৮ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২২ |
২৮ মে' (ইংৰাজী: 28 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৪৮তম (অধিবৰ্ষত ১৪৯তম) দিন। বছৰ শেষ হ'বলৈ ২১৭ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৪২ - লণ্ডনৰ প্ৰথম আভ্যন্তৰিণ সাতোৰাপুখুৰী (চুইমিংপুল) আৰম্ভ।
- ১৯৯৬ - এইচ ডি দেৱেগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হয়।
জন্মসম্পাদনা কৰক
- ১৮৮৩ - বিনায়ক দামোদৰ সাভাৰকাৰ, হিন্দু মহাসভাৰ সদস্য।
- ১৯২৩ - এন টি ৰামা ৰাও, ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী। (মৃত্যুঃ ১৮/০১/১৯৯৬)
- ১৯৩০ - ফ্ৰাঙ্ক ড্ৰেক, আমেৰিকান (আমেৰিকা যুক্তৰাষ্ট্ৰ) জ্যোতিৰ্বিজ্ঞানী (জ্যোতিৰ্বিজ্ঞান) আৰু জ্যোতিঃপদাৰ্থবিজ্ঞানী।
- ১৯৩৩ - চৰণ নাৰ্জাৰী, অসমৰ ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক।
- ১৯৪৬ - কে সচিদানন্দন, ভাৰতীয় কবি আৰু সমালোচক।
- ১৯৫২ - পিনাকী চন্দ্ৰ ঘোষ, ভাৰতৰ প্ৰথম লোকপাল।
মৃত্যুসম্পাদনা কৰক
- ১৯৩৭ - অষ্ট্ৰীয়াৰ মনোবিজ্ঞানী আলফ্ৰেড এডলাৰ।
- ২০১৪ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ আৰু নাগৰিক অধিকাৰ আন্দোলনৰ কৰ্মী।
দিৱস আৰু অন্যান্যসম্পাদনা কৰক
- আজি নেপালৰ গণতন্ত্ৰ দিৱস।
- আজি বিশ্ব মহিলা স্বাস্থ্য কৰ্ম দিৱস।
- আজি ঋতুস্ৰাৱ স্বাস্থ্য দিৱস।
বহিঃসংযোগসম্পাদনা কৰক
- বিবিচিত আজিৰ দিনটো (ইংৰাজী)
- দি নিউইয়ৰ্ক টাইমছত আজিৰ দিনটো (ইংৰাজী)