১৫ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩০টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।
জন্মসম্পাদনা কৰক
- ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
- ১৯৬৭ - মাধুৰী দীক্ষিত, প্ৰখ্যাত ভাৰতীয় বোলছবি অভিনেত্ৰী।
মৃত্যুসম্পাদনা কৰক
- ১৮৮৬ - মাৰ্কিন মহিলা কবি এমিলী ডিকিনছন্।
- ২০০৩ - মৃত্যুৰ পিছত দেহদান-অংগদান কৰা অসমৰ প্ৰথম মহিলা ইলোৰা ৰায়চৌধুৰী ।
দিৱসসম্পাদনা কৰক
- আন্তৰ্জাতিক পৰিয়াল দিৱস।
ছুটি আৰু অন্যান্যসম্পাদনা কৰক
তথ্য সংগ্ৰহসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৫ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |