১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০ ৩১  

১৫ মে' (ইংৰাজী: 15 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৫তম (অধিবৰ্ষত ১৩৬তম) দিন। বছৰ শেষ হ'বলৈ ২৩০ দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৭৭৬ - প্ৰথম বাষ্প চালিত বা ভাপ ইঞ্জিন চালিত জাহাজ বনোৱা হৈছিল।

জন্মসম্পাদনা কৰক

  • ১৯০৭ - সুখদেৱ থাপাৰ, ভাৰতীয় মুক্তিযোদ্ধা। (মৃত্য়ুঃ ১৯৩১)
  • ১৯৬৭ - মাধুৰী দীক্ষিত, প্ৰখ্যাত ভাৰতীয় বোলছবি অভিনেত্ৰী।

মৃত্যুসম্পাদনা কৰক

  • ১৮৮৬ - মাৰ্কিন মহিলা কবি এমিলী ডিকিনছন্।
  • ২০০৩ - মৃত্যুৰ পিছত দেহদান-অংগদান কৰা অসমৰ প্ৰথম মহিলা ইলোৰা ৰায়চৌধুৰী

দিৱসসম্পাদনা কৰক

  • আন্তৰ্জাতিক পৰিয়াল দিৱস।

ছুটি আৰু অন্যান্যসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক