১৩ মে'
তাৰিখ
মে' | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৩ |
১৩ মে' (ইংৰাজী: 13 May) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৩৩তম (অধিবৰ্ষত ১৩৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৩২টা দিন বাকী থাকে।
ঘটনাৱলী সম্পাদনা কৰক
- ১৯৯৫ - প্ৰথম মহিলা হিচাপে এলিচন অক্সিজেন আৰু চেৰপা চাৰাই এভাৰেষ্ট জয় কৰে।
- ২০০০ - ভাৰতৰ লাৰা দত্তই বিশ্বসুন্দৰী খিতাপ লাভ কৰে।
জন্ম সম্পাদনা কৰক
- ১৯০৫ - ফকৰুদ্দিন আলি আহমেদ, ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি। (মৃত্যু: ১১ ফেব্ৰুৱাৰী, ১৯৭৭)
- ১৯১৮ - বালাসৰস্বতী, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী।
- ১৯৮১ - ছানী লিয়নি, আমেৰিকান আৰু ভাৰতীয় অভিনেত্ৰী।
মৃত্যু সম্পাদনা কৰক
- ১৮৩৬ - চাৰ্লছ উইলকিঞ্চ, ইংৰাজ ভাষাবিদ। (জন্ম: ১৭৪৯)
- ১৯৪৭ - সুকান্ত ভট্টাচাৰ্য, ভাৰতীয় সাহিত্যিক। (জন্ম: ১৫ আগষ্ট, ১৯২৬)
- ১৯৫১ - হাজৰত মোহনী, ভাৰতৰ স্বাধীনতা সংগ্ৰামী আৰু কবি। (জন্ম:- ১ জানুৱাৰী ১৮৭৫)
- ১৯৬৩ - সুকুমাৰ সেন, ভাৰতীয় সাহিত্যক। (জন্ম: ২ জানুৱাৰী, ১৮৯৮)
- ২০০১ - আৰ কে নাৰায়ণ, ভাৰতীয় লেখক। (জন্ম: ১০ অক্টোবৰ, ১৯০৬)
- ২০১৮ - ই চি জৰ্জ সুদৰ্শন, ভাৰতীয়-আমেৰিকান তাত্ত্বিক পদাৰ্থ বিজ্ঞানী।
দিৱস সম্পাদনা কৰক
- ৰোটুমা দিৱস (ৰোটুমা দ্বীপপুঞ্জ)
তথ্য সংগ্ৰহ সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৩ মে' সম্পৰ্কীয় মিডিয়া ফাইল আছে। |