১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৯ জুন (ইংৰাজী: 9 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬০তম (অধিবৰ্ষত ১৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৫টা দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ৬৮ - ৰোমান সম্ৰাট নিৰোৱে আত্মহত্যা কৰিছিল।
  • ১৫৩৫ - স্পেইনৰ সৈন্যবাহিনীয়ে লেটিন আমেৰিকাৰ দেশ পাৰাগুয়ে দখল কৰে।
  • ১৭৫৩ - ভাৰতৰ ত্ৰিচিন'পল্লীৰ (বৰ্তমান তিৰুচিৰাপল্লী) চেৰিংহাম যুদ্ধত (ইংৰাজী: Battle of Seringham or Srirangam.) ইংৰাজৰ হাতত ফৰাচী সকলে আত্মসমৰ্পণ কৰে।
  • ১৯৩১ - প্ৰথম ডোনাল্ড ডাক কাৰ্টুন প্ৰদৰ্শিত হয়।

জন্মসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

  • ১৮৭০ - চাৰ্লছ ডিকেন্স, ঊনবিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ ইংৰাজ ঔপন্যাসিক। (জ.০৭/০২/১৮১২)
  • ১৯০০ - বিৰছা মুণ্ডা, ভাৰতৰ ৰাঁচি অঞ্চলৰ মুণ্ডা আদিবাসী তথা সমাজ সংস্কাৰক। (জ.১৫/১১/১৮৭৫)
  • ২০১১ - মকবুল ফিদা হুছেইন, ভাৰতৰ জনপ্ৰিয় চিত্ৰশিল্পী। (জ.১৭/০৯/১৯১৫)

দিৱসসম্পাদনা কৰক

তথ্য সংগ্ৰহসম্পাদনা কৰক


বাহ্যিক সংযোগসম্পাদনা কৰক