১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৫ জুন (ইংৰাজী: 25 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৬তম (অধিবৰ্ষত ১৭৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৯টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৯৩২ - ভাৰত আৰু ইংলেণ্ডৰ মাজত সৰ্বপ্ৰথম টেষ্ট ক্ৰিকেট খেল আৰম্ভ হয়।
  • ১৯৭৫ - পৰ্তুগালৰ পৰা মোজাম্বিকে স্বাধীনতা লাভ কৰে।
  • ১৯৭৫ - ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদৰ দ্বাৰা ভাৰতত জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল।
  • ১৯৭৮ - নেদাৰলেণ্ডখ (৩-১ গলত) পৰাজিত কৰি আৰ্জেণ্টিনাই বিশ্বকাপ ফুটবলত জয়ী হয়।
  • ১৯৯১ - ক্ৰোয়েছিয়া আৰু স্লোভেনিয়া যুগোস্লাভিয়াৰ পৰা বাহিৰ হৈ স্বাধীনতা লাভ কৰে।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯২২ - সত্যেন্দ্ৰনাথ দত্ত, ভাৰতীয় কবি।
  • ২০০৯ - মাইকেল জেকচন, মাৰ্কিন সঙ্গীত শিল্পী আৰু সঙ্গীত ব্যৱসায়ী।
  • ২০১১ - সৌৰভ কুমাৰ চলিহা, অসমীয়া সাহিত্যক, গল্পকাৰ।

দিৱস সম্পাদনা কৰক

তথ্য সংগ্ৰহ সম্পাদনা কৰক


বাহ্যিক সংযোগ সম্পাদনা কৰক