১০ ১১ ১২
১৩ ১৪ ১৫ ১৬ ১৭ ১৮ ১৯
২০ ২১ ২২ ২৩ ২৪ ২৫ ২৬
২৭ ২৮ ২৯ ৩০  

২১ জুন (ইংৰাজী: 21 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭২তম (অধিবৰ্ষত ১৭৩তম) দিন। বছৰ শেষ হ'বলৈ ১৯৩ দিন বাকী থাকে।

ঘটনাৱলীসম্পাদনা কৰক

  • ১৯৪৮ - ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীদেৱে স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল।
  • ১৯৪৮ - পিটাৰ গল্ডমাৰ্কৰ দ্বাৰা সৰ্বপ্ৰথম লং প্লেয়িং ৰেকৰ্ড প্ৰস্তুত কৰা হৈছিল।
  • ১৯৭৭ - জ্যোতিবসু পশ্চিমবংগৰ মুখ্য মন্ত্ৰী হয়। চনৰ পৰা একেৰাহে ২১ বছৰ কাল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰি বিশ্ব অভিলেখ গঢ়িছিল।
  • ১৯৯১ - মনমোহন সিঙক বিত্তমন্ত্ৰী হিচাবে কেবিনেটত নবনিৰ্বাচিত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে মকৰল কৰে।
  • ২০০৬ - প্লুট'ৰ ন-আৱিষ্কৃত চেটেলাইটকেইটাক নিক্স আৰু হাইড্ৰা নাম দিয়া হয়।
  • ২০১৪ - উত্তৰ গোলাৰ্ধৰ সকলোতকৈ দীঘল দিন। অসমৰ আকাশত সূৰ্য আছিল মুঠ ১৩ ঘণ্টা ৩৫ মিনিট।

জন্মসম্পাদনা কৰক

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক