২০ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৫ |
২০ জুন (ইংৰাজী: 20 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭১তম (অধিবৰ্ষত ১৭২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৪টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৮৩৭ - ৰাণী ভিক্ট'ৰিয়াই সিংহাসনত আৰোহণ কৰে।
- ১৯১২ - পোলেণ্ডৰ বিজ্ঞানী ডক্টৰ কাচিমিৰ ফ্ৰাঙ্কে প্ৰথমবাৰৰ বাবে ভিটামিন আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়।
জন্ম
সম্পাদনা কৰক- ১৮৯৭ - ৰত্নকান্ত বৰকাকতী, অসমীয়া কবি।[1]
- ১৯১১ - ছুফিয়া কামাল, বাংলাদেশী কবি, নাৰীবাদী নেত্ৰী আৰু ৰাজনৈতিক কৰ্মী।[2][3]
- ১৯১৭ - এছ. আই. পদ্মাৱতী, ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ।[4]
- ১৯৩২ - ৰাম গগৈ, অসমীয়া কবি।[5]
- ১৯৩৩ - নিৰ্মলপ্ৰভা বৰদলৈ, অসমীয়া কবি, গীতিকাৰ আৰু লোক-সংস্কৃতিৰ গৱেষক।[6]
- ১৯৫২ - বিক্ৰম শেঠ, ভাৰতীয় ঔপন্যাসিক আৰু কবি।[7]
- ১৯৫৮ - দ্ৰৌপদী মূৰ্মু, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি।[8]
- ১৯৬৯ - শ্বেতা চেট্টী, ভাৰতীয় কণ্ঠশিল্পী।[9][10][11][12]
মৃত্যু
সম্পাদনা কৰক- ১৯৬৯ - কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল।[13]
- ১৯৮৭ - চালিম আলি, ভাৰতীয় প্ৰাণী আৰু পক্ষী বিশেষজ্ঞ।[14]
- ২০০৬ - সতীশ চন্দ্ৰ কাকতি, অসমীয়া সাংবাদিক।[উদ্ধৃতিৰ প্ৰয়োজন]
- ২০১৫ - মহানন্দ শৰ্মা, অসমৰ অভিনেতা, আবৃত্তিকাৰ, নাট্যকাৰ আৰু পৰিচালক আছিল। তেখেত বিশেষকৈ ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত আছিল।[15] (জন্ম: ১২ নৱেম্বৰ ১৯৩৫)
- ২০২১ - অশোক দাস, অসমীয়া নাট্যকাৰ, ঔপন্যাসিক আৰু গল্পকাৰ।[উদ্ধৃতিৰ প্ৰয়োজন]
দিৱসসমূহ
সম্পাদনা কৰক- বিষ্ণু ৰাভা দিৱস।[16]
- বিশ্ব শৰণাৰ্থী দিৱস।[17]
তথ্য সংগ্ৰহ
সম্পাদনা কৰক- ↑ বৰ্মন, শিৱনাথ (২০১৮). অসমীয়া জীৱনী অভিধান. বনলতা. পৃষ্ঠা. ২১০. ISBN 978-81-7339-428-7.
- ↑ "Google celebrates Sufia Kamal's 108th birthday with Doodle". prothomalo.com. https://en.prothomalo.com/bangladesh/news/197621/Google-celebrates-Sufia-Kamal%E2%80%99s-108th-birthday। আহৰণ কৰা হৈছে: 20 June 2019.
- ↑ "Google Doodle celebrates 108th birth anniversary of poet Sufia Kamal". dhakatribune.com. 20 June 2019. https://www.dhakatribune.com/bangladesh/people/2019/06/20/google-doodle-celebrates-108th-anniversary-of-poet-sufia-kamal-s-birth। আহৰণ কৰা হৈছে: 20 June 2019.
- ↑ "Matters Of Heart". The Financial Express (India). 29 September 2002. http://www.financialexpress.com/printer/news/59293/.
- ↑ ৰাম গগৈ কবিতা সমগ্ৰ, পৰাগজ্যোতি মহন্ত, সদৌ অসম কবি সন্মিলন, ২০১৯
- ↑ বৰদলৈ, ড॰ নিৰ্মলপ্ৰভা (২০১৫, মাৰ্চ). জীৱন-জীৱন বৰ অনুপম. জ্যোতি প্ৰকাশন. পৃষ্ঠা. ১৬.
- ↑ Angela Atkins (26 June 2002). Vikram Seth's Suitable Boy: A Reader's Guide. A&C Black. পৃষ্ঠা. 7. ISBN 978-0-8264-5707-3. https://books.google.com/books?id=nqiNnpMOxlYC&pg=PA7.
- ↑ Live, A. B. P. (2022-07-25). "राज्यपाल से 15वीं राष्ट्रपति तक... ऐसा रहा आदिवासी समुदाय से आने वालीं द्रौपदी मुर्मू का सफर" (hi ভাষাত). www.abplive.com. https://www.abplive.com/news/india/droupadi-murmu-oath-15th-president-of-india-jharkhand-governor-draupadi-murmu-journey-2175758। আহৰণ কৰা হৈছে: 2022-07-25.
- ↑ কুমাৰ, অনুজ (৩ জুন ২০০৩). "শ্বেতাৰ ক্ৰমবধাৰী সাজনা". The Hindu. Archived from the original on 2003-06-26. https://web.archive.org/web/20030626201719/http://www.hinduonnet.com/thehindu/mp/2003/06/03/stories/2003060300360400.htm। আহৰণ কৰা হৈছে: ২০২১-১১-১০.
- ↑ "৯০ ৰ দশকৰ পপ তাৰকা শ্বেতা চেট্টীয়ে প্ৰকাশ কৰে যে তেওঁ কিয় গানৰ কেৰিয়াৰ এৰিছিল; জাৰ্মানীত নিম্ন পৰ্যায়ত মুকলি হয়". প্ৰিয়ংকা কৌল. টাইমচ নাও. ২০২১-০৩-৩১. https://www.timesnownews.com/entertainment-news/article/exclusive-90s-pop-star-shweta-shetty-reveals-why-she-left-singing-career-opens-up-on-low-phase-in-germany/739160। আহৰণ কৰা হৈছে: ২০২১-১১-১১.
- ↑ "কেতিয়াবা সপোন এটা বাজিবলৈ ২৬ বছৰ লাগে". মিলানা ৰাও. The Times of India. ২৬ মাৰ্চ ২০২১. https://timesofindia.indiatimes.com/entertainment/hindi/music/news/exclusive-interview-shweta-shetty-on-disco-version-of-jalne-mein-hai-mazaa-sometimes-it-takes-26-years-to-realise-a-dream/articleshow/81703649.cms। আহৰণ কৰা হৈছে: ২০২১-১১-১০.
- ↑ "কন্ঠশিল্পী শ্বেতা চেট্টীয়ে ২০ বছৰৰ পিছত পুনৰ প্ৰত্যাৱৰ্তন কৰিছে, কিহে তেওঁক সংগীতৰ দৃশ্যৰ পৰা আঁতৰাই ৰাখিছিল সেয়া প্ৰকাশ কৰে". এ. কামেশ্বৰী. দ্য ইণ্ডিয়ান এক্সপ্ৰেছ. ২৯ মাৰ্চ ২০২১. https://indianexpress.com/article/entertainment/music/singer-shweta-shetty-is-making-a-comeback-after-20-years-reveals-what-kept-her-away-from-the-music-scene-7249229/। আহৰণ কৰা হৈছে: ২০২১-১১-১১.
- ↑ http://onlinesivasagar.com/music/bishnu-rabha.html accessdate=২০-০৬-২০১২
- ↑ Perrins, Christopher (1988). "Obituary:Salim Moizuddin Abdul Ali". Ibis খণ্ড 130 (2): 305–306. doi:10.1111/j.1474-919X.1988.tb00986.x.
- ↑ "অসমীয়া প্ৰতিদিন". জীৱন মঞ্চৰ পৰা মহানন্দ শৰ্মাৰ মহাপ্ৰস্থান: পৃষ্ঠা ১৪. ২১ জুন ২০১৫.
- ↑ "বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন". https://assam.news18.com/news/assam/bishnu-prasad-rabha-divas-2023-know-about-bishnu-prasad-rabha-skd-304328.html। আহৰণ কৰা হৈছে: 1 October 2023.
- ↑ Nations, United (6 January 2015). "International Days" (en ভাষাত). United Nations. https://www.un.org/en/sections/observances/international-days/.
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২০ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |