২৭ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
২৭ জুন (ইংৰাজী: 27 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৮তম (অধিবৰ্ষত ১৭৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৭টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৬৭ - পৃথিৱীৰ প্ৰথম এটিএম (অটোমেটেড টেলাৰ মেচিন) স্থাপন কৰা হয় ইংলেণ্ডৰ এনফিল্ড চহৰত।
জন্ম
সম্পাদনা কৰক- ১৮৩৮ - বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়, উনিশ শতিকাৰ বাঙালী সাহিত্যিক আৰু সাংবাদিক। (অথবা ২৬ জুনত জন্ম, মৃত্যু: ৮ এপ্ৰিল, ১৮৯৪)
- ১৮৮০ - হেলেন কেলাৰ এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী।
- ১৯১৯ - অমলা শংকৰ, ভাৰতীয় নৃত্যশিল্পী।
- ১৯২০ - আইদেউ সন্দিকৈ, অসমীয়া অভিনেত্ৰী। (মৃত্যু: ২০০২)
- ১৯৩৯ - ৰাহুলদেৱ বৰ্মন, ভাৰতীয় সুৰকাৰ, সঙ্গীতশিল্পী। (মৃত্যু: ৪ জানুৱাৰী, ১৯৯৪)
- ১৯৬৪ - পি. টি. উষা, ভাৰতৰ এথলেটিক, দৌৰ ৰাণী।
- ১৯৮০ - কেভিন পিটাৰচন, দক্ষিণ আফ্ৰিকাত জন্মগ্ৰহণ কৰা ইংলেণ্ডৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
- ১৯৮৩ - ডেল ষ্টেইন, দক্ষিণ আফ্ৰিকাৰ আন্তৰ্জাতিক ক্ৰিকেটাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৮২৯ - জেমচ্ স্মিথছন, ইংৰাজ বিজ্ঞানী আৰু দাৰ্শনিক।
- ১৮৩৯ - ৰণজিত সিং, শিখ ৰজা।
- ১৯৯৮ - সুমতী মোৰাৰজী, ভাৰতীয় ব্যৱসায়ী।
ছুটি আৰু অন্যান্য
সম্পাদনা কৰক- হেলেন কেলাৰ দিৱস (আমেৰিকা যুক্তৰাষ্ট্ৰ)
- স্বাধীনতা দিৱস (জিবুতি)
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৭ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |