১ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ||
৬ | ৭ | ৮ | ৯ | ১০ | ১১ | ১২ |
১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ |
২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ |
২৭ | ২৮ | ২৯ | ৩০ | |||
২০২১ |
১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰ শেষ হ'বলৈ ২১৩ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯৩৬ চনৰ আজিৰ দিনটোত খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- ২০০৪ চনৰ আজিৰ দিনটোত গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু হৈছিল।