১৭ জুন
তাৰিখ
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২৩ |
১৭ জুন (ইংৰাজী: 17 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৮তম (অধিবৰ্ষত ১৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৭টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
ঘটনাৱলী সম্পাদনা কৰক
- ১১২৮ - কাউণ্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাল সৈতে বিবাহ।
- ১৯৬৭ - চীন চৰকাৰৰ দ্বাৰা প্ৰথমটো হাইড্ৰ’জেন বোমাৰ বিস্ফোৰণ কৰা হৈছিল।
- ১৯৯১ - ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰ ভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষোণা কৰা হয়।
জন্ম সম্পাদনা কৰক
- ১৯০৩ - ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ প্ৰথম বোলছবি নিৰ্মাতা।
- ১৯৬৪ - ধ্ৰুৱজ্যোতি ফুকন, অসমীয়া সংগীত পৰিচালক।
- ১৯৭৩ - লিয়েণ্ডাৰ পেজ, ভাৰতীয় টেনিছ খেলুৱৈ।
- ১৯৮০ - ভেনাছ উইলিয়ামছ, আমেৰিকান মহিলা টেনিছ খেলুৱৈ।
- ১৯৮১ - শ্বেন ৱাটচন, অষ্ট্ৰেলিয়ান ক্ৰিকেটাৰ।
মৃত্যু সম্পাদনা কৰক
দিৱস সম্পাদনা কৰক
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৭ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |