১৮ জানুৱাৰী
তাৰিখ
১৮ জানুৱাৰী (ইংৰাজী: 18 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৭টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৬৭৮ - সাহিত্যিকজন বানিয়নৰ প্ৰসিদ্ধ গ্ৰন্থ দি পিলগ্ৰিমছ প্ৰগ্ৰেছৰ প্ৰথম খণ্ড প্ৰকাশিত হয়। এইখনেই ১৮৫১ চনত যাত্ৰীকৰ যাত্ৰা নামেৰে অৰুণোদইত খণ্ড খণ্ডকৈ প্ৰকাশ কৰা হয়।
- ১৯৫৮ - ৬৩তম ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন আজিৰ দিনটোতে গুৱাহাটীত অনুষ্ঠিত হৈছিল।
- ১৯৫৮ - আজিৰ দিনটোতে মহামানৱ মহাত্মা গান্ধী প্ৰথম অসমলৈ আহে।
জন্মসম্পাদনা কৰক
মৃত্যুসম্পাদনা কৰক
- ১৯৩৬ - ৰুডয়াৰ্ড কিপলিং, সাহিত্যৰ নোবেল বঁটা (১৯০৭ চন) বিজেতা ইংৰাজ সাহিত্যিক। তেওঁৰ জনপ্ৰিয় আৰু প্ৰসিদ্ধ গ্ৰন্থ হ’ল দা জংগল বুক।
- ১৯৪০ - কনকলাল বৰুৱা, প্ৰসিদ্ধ সাহিত্যিক।
- ১৯৪৭ - কুন্দনলাল ছাইগল, প্ৰসিদ্ধ কণ্ঠশিল্পী।
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৮ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |