২৬ জুন

তাৰিখ
(জুন ২৬ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪ ১৫
১৬ ১৭ ১৮ ১৯ ২০ ২১ ২২
২৩ ২৪ ২৫ ২৬ ২৭ ২৮ ২৯
৩০  

২৬ জুন (ইংৰাজী: 26 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭৭তম (অধিবৰ্ষত ১৭৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৮৮টা দিন বাকী থাকে।

  • ১৯৩৫ - পেৰিছত হেলিকপ্তাৰৰ প্ৰথম সফল মুক্ত উৰণ সম্পন্ন হৈছিল।
  • ১৯৪৯ - অসমীয়া দৈনিক বাতৰি কাকত 'নতুন অসমীয়া' প্ৰকাশ হৈছিল।
  • ১৯৬২ - ভাৰতৰ বিখ্যাত সংগীত কোম্পানী এইচ এম ভিৰ হৈ দীপালী বৰঠাকুৰৰ 'সোণৰ খাৰু নালাগে মোক' গীতটিৰ বাণীবন্ধন হয়।
  • ২০১১ - ডাইনী সন্দেহত মোনাবাৰী চাহ বাগিচাত কিশোৰী সহ ৪ জনক হত্যা কৰা হয় আৰু লক্ষীমপুৰতো ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক হত্যা কৰা হয়।
  • ২০১১ - অসমত পৰিবেশ বিশ্ববিদ্যালয় লাগে বুলি ৰাজ্যৰ সকলো প্ৰান্তত ধৰ্না কাৰ্যসূচী পালন কৰে ৰাজ্যৰ ছাত্ৰ সংগঠন সমূহে।
  • ১৮৩০ - চতুৰ্থ জৰ্জ, ইংলেণ্ডৰ ৰজা।
  • ২০০১ - সত্য প্ৰসাদ বৰুৱা, অসমীয়া নাট্যকাৰ, অভিনেতা, নাট পৰিচালক, নাট সমালোচক আৰু গৱেষক।
  • আন্তৰ্জাতিক নিৰ্যাতনবিৰোধী দিৱস।
  • আন্তৰ্জাতিক মাদকবিৰোধী দিৱস।
  • পতাকা দিৱস (ৰোমানিয়া)

তথ্য সংগ্ৰহ

সম্পাদনা কৰক
  1. Library, S.T.N.Y.P.; Skillion, A. (2001). The New York Public Library Literature Companion. Free Press. পৃষ্ঠা. 160. ISBN 978-1-4391-3721-5. https://books.google.com/books?id=BD2P-Yb-m3wC&pg=PT160. 

বাহ্যিক সংযোগ

সম্পাদনা কৰক