৫ জুন
তাৰিখ
(জুন ৫ৰ পৰা পুনঃনিৰ্দেশিত)
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
৫ জুন (ইংৰাজী: 5 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৬তম (অধিবৰ্ষত ১৫৭তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৰাজী
সম্পাদনা কৰক- ১৬৬১ - ছাৰ আইজাক নিউটন কেমব্ৰিজৰ ট্ৰিনিটি কলেজত ভৰ্তি হৈছিল।
- ১৯৪০ - প্ৰথম ৰবৰৰ টায়াৰ প্ৰদৰ্শিত হয়।
- ১৯৭২ - চৃুইডেনৰ ৰাজধানী ষ্ট'কহোমত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদ আৰু ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনিৰ (UNED) মানৱ পৰিৱেশ (Human Environment) সন্মিলন বা মানৱিক পৰিৱেশ কনফাৰেন্স (United Nations Conference on the Human Environment) আৰম্ভ (৫-১৬ জুনলৈকে) কৰে ।
- ১৯৭২ - ষ্ট'কহোম বৈঠকত প্ৰতিবছৰে এই দিনটোত বিশ্ব পৰিৱেশ দিবস পালন কৰা সিদ্ধান্ত লয়।
জন্ম
সম্পাদনা কৰক- ৪৬৯ - খ্ৰীষ্টপূৰ্ব - ছক্ৰেটিছ, গ্ৰিক দাৰ্শনিক (মৃত্যু ৩৯৯ খ্ৰীষ্টপূৰ্ব )
- ১৮৩৪ - জন বেৰী হোৱাইট, অসমত চিকিৎসা বিজ্ঞান আৰু শিল্পদ্যোগৰ প্ৰতিস্থাতা।
- ১৮৬৫ - সতীশ চন্দ্ৰ মুখাৰ্জি, ভাৰতৰ জাতীয় শিক্ষা ব্যৱস্থা প্ৰতিষ্ঠা কৰা এজন বাটকটীয়া।
- ১৯৪৪ - হুইটফিল্ড ডিফি, মাৰ্কিন কম্পিউটাৰ বিজ্ঞানী।
- ১৯৭২ - যোগী আদিত্যনাথ, ভাৰতীয় পুৰোহিত তথা ৰাজনীতিবিদ।
- ১৯৭৪ - মাৰভিন ডিলন, ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ।
- ১৯৯০ - মাচেত্তিৰা ৰাজু পুভাম্মা, ভাৰতীয় দৌৰবিদ।
মৃত্যু
সম্পাদনা কৰক- ১৯১০ - অ’ হেনৰি, প্ৰখ্যাত আমেৰিকান ছুটি গল্পকাৰ।
- ২০০৪ - ৰোনাল্ড ৰেগান, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪০তম ৰাষ্ট্ৰপতি।
- ২০২৩ - গুফি পেণ্টাল, ভাৰতীয় দূৰদৰ্শনৰ অভিনেতা, মহাভাৰতৰ শকুনি চৰিত্ৰ অভিনয় কৰা বাবে প্ৰখ্যাত। [1]
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৫ জুন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- দ্য নিউ য়ৰ্ক টাইমচ: এই দিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা
- ↑ "Gufi Paintal the Shakuni Mama is sadly no more, he was 79" (en ভাষাত). www.hamaribaat.com. https://www.hamaribaat.com/gufi-paintal-shakuni-mama-dead-at-79। আহৰণ কৰা হৈছে: 2023-06-05.