১ মাৰ্চ
তাৰিখ
(মাৰ্চ ১ৰ পৰা পুনঃনিৰ্দেশিত)
মাৰ্চ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
৩১ | ||||||
২০২৪ |
১ মাৰ্চ (ইংৰাজী: 1 March) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৬০তম (অধিবৰ্ষত ৬১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩০৫টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৪৯৮ - ভাস্কো দা গামাই মোজাম্বিক আবিষ্কাৰ কৰে।
- ১৮১১ - মামলুকক পৰাস্ত কৰি মোহাম্মাদ আলীৰ মিছৰৰ ক্ষমতাৰোহন।
- ১৮১৫ - এলবা দ্বীপৰ পৰা পলায়নৰ পিছত নেপোলিয়ন বোনাপাৰ্টৰ ১০০ দিনৰ শাসনকাল আৰম্ভ হয়।
- ১৮১৯ - শ্ৰীৰামপুৰত ৱিলিয়াম কেৰি, জুছোৱা মাৰ্ছমেন আৰু ৱিলিয়াম ইয়াৰ্ডে “বেংক অফ শ্ৰীৰামপুৰ” প্ৰতিষ্ঠা কৰে।
- ১৮৪৮ - ভাৰতত ভূমিকম্পত ১ হাজাৰ জনৰ প্ৰাণহানি।
- ১৯০১ - অষ্ট্ৰেলিয়ান সেনাবাহিনী গঠিত হয়।
- ১৯০৭ - ভাৰতত সৰ্বপ্ৰথম তীখাৰ কাৰখানা প্ৰতিষ্ঠিত হয়।
- ১৯১২ - এলবাৰ্ট বেৰী প্ৰথম বিমানৰ পৰা পেৰাছুটৰ সহায়ত নামে।
- ১৯১৪ - চীনে আন্তৰ্জাতিক পোষ্টেল ইউনিয়নত যোগদান কৰে।
- ১৯১৯ - কোৰিয়াৰ জাতীয় মুক্তি আন্দোলনৰ সূত্ৰপাত।
- ১৯৪৯ - ৰাছিয়ান বিমান দুৰ্ঘটনাত ৩৮৫জন নিহত।
- ১৯৭১ - স্বাধীন বাংলা ছাত্ৰ সংগ্ৰাম পৰিষদ গঠিত হয়।
- ১৯৭১ - ইয়াহিয়া খান কৰ্তৃক পাকিস্তান জাতীয় পৰিষদৰ অধিবেশন অনিৰ্দিষ্ঠকাললৈ স্থগিত ঘোষণা।
- ১৯৮৫ - বাংলাদেশৰ জেনেৰেল এৰছাদৰ ৰাজনৈতিক তৎপৰতা নিষিদ্ধ ঘোষণা।
- ১৯৯০ - লিথুনিয়াই ছোভিয়েট ইউনিয়নৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৯৭ - বাংলাদেশত প্ৰথম টেলিফোন বেংকিং সেৱা আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৬১১ -জন পেল, ইংৰাজ বীজগণিতবিদ, জ্যামিতিজ্ঞ আৰু জোতিৰ্বিদ।
- ১৮৬১ - অক্ষয়কুমাৰ মৈত্ৰেয়, বাংলা ইতিহাসবিদ।
- ১৮৭৪ - মৃণালিনী দেৱী, ন'বেল বঁটা বিজয়ী ভাৰতীয় সাহিত্যিক।
- ১৮৯২ - ৰিয়ুনোচুকি অকুতাগাৱা, জাপানৰ বিশিষ্ট সাহিত্যিক আৰু চুটি গল্পৰ জনক।
- ১৮৯৩ - কামেশ্বৰ দাস, অসমীয়া গণিতজ্ঞ।
- ১৯৩১ - লামবেৰ্তো দিনি, ইটালীৰ ৰাজনীতিবিদ আৰু প্ৰধানমন্ত্ৰী।
- ১৯৩১ - ভূপতি চন্দ্ৰ ডেকা, অসমীয়া গণিতজ্ঞ।
- ১৯৩৮ - ৰামেশ্বৰ পাঠক, অসমীয়া লোকগীত শিল্পী।
- ১৯৫৩ - অমিতাভ ৰায়, ভাৰতীয় ন্যায়ধীশ।
- ১৯৫৬ - ডালিয়া গ্ৰাইবস্কেইট, লিথুয়ানিয়াৰ প্ৰখ্যাত ৰাজনীতিবিদ আৰু ৰাষ্ট্ৰপতি।
- ১৯৫৮ - হেমচন্দ্ৰ গোস্বামী, অসমীয়া শিক্ষক, মুখাশিল্পী আৰু ভাস্কৰ্যশিল্পী
- ১৯৬৮ - কুঞ্জৰাণী দেৱী, ভাৰতীয় ভাৰোত্তোলক।
- ১৯৭৫ - প্ৰমোদ বড়ো, ভাৰতীয় ৰাজনৈতিক নেতা।
- ১৯৭৬ - অখিল গগৈ, অসমীয়া কৃষক নেতা।
- ১৯৮২ - লাইশ্ৰাম চৰিতা দেৱী, ভাৰতীয় বক্সাৰ।
- ১৯৯২ - শৰদ কুমাৰ, ভাৰতীয় পেৰা হাই জাম্পাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯১১ - য়াকুবছ হেনৰিকুছ ফাণ্ট হফ, ডাচ জৈৱ ৰসায়নবিদ, ৰসায়নত প্ৰথম ন'বেল পুৰস্কাৰ বিজয়ী।
- ১৯২৪ - গোপীনাথ সাহা, ব্ৰিটিশ বিৰোধী স্বাধীনতা আন্দোলন, বাংলা বিপ্লৱী তথা ছহীদ।
- ১৯৪৩ - আলেকজেণ্ডাৰ ইৰছিন, ফ্ৰান্স-ছুইছ চিকিৎসক।
- ১৯৮৯ - বসন্তদাদা পাটিল, মহাৰাষ্ট্ৰৰ ষষ্ঠ মুখ্যমন্ত্ৰী তথা দশম গভৰ্ণৰ।
- ১৯৯৫ - জৰ্জেছ জে. এফ. কোহলাৰ, জাৰ্মান জীৱবিজ্ঞানী, চিকিত্সাবিজ্ঞানত ন'বেল পুৰস্কাৰ বিজয়ী।
- ২০২০ - হেমেন্দ্ৰ কুমাৰ গগৈ, অসমীয়া অধ্যাপক, গল্পকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লেখক, সমালোচক আৰু নাট্যকাৰ।
ছুটি আৰু অন্যান্য
সম্পাদনা কৰক- বীৰ দিৱস - পাৰাগুৱে।
- স্বাধীনতা দিৱস - বছনিয়া আৰু হাৰ্জেগোভিনা।
- ১ মাৰ্চ গণ আন্দোলন দিৱস - দক্ষিণ কোৰিয়া।
- বিশ্ব লোক প্ৰতিৰক্ষা দিৱস - আন্তৰ্জাতিক।
- আন্তৰ্জাতিক যুক্তিবাদী দিৱস।
- বিশ্ব সাগৰীয় ঘাঁহ দিৱস।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১ মাৰ্চ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |