২৪ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
২৪ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪তম দিন। বছৰ শেষ হ'বলৈ ৩৪১ দিন (অধিবৰ্ষত ৩৪২ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৭৩৯ - পেচোৱা বীৰ "চিমনাজী আপ্পা"ই পৰ্টুগীজক হৰুৱাই "টাৰাপুৰ দুৰ্গ" পুনৰুদ্ধাৰ কৰে।
- ১৮৫৭ - দক্ষিণ এছিয়াৰ প্ৰথমখন আধুনিক শিক্ষাৰ বিশ্ববিদ্যালয় "কলিকতা বিশ্ববিদ্যালয়" আনুষ্ঠানিক ভাৱে মুকলি কৰা হয়।
- ১৮৬২ - ৰোমানিয়াৰ ৰাজধানী হিচাপে "বুখাৰেষ্ট"ক মান্যতা প্ৰদান কৰা হয়।
- ১৯০৮ - "ৰবাৰ্ট বেডেন পাৱেলে" "বয় স্কাউট"ৰ গঠন কৰে।
- ১৯৫০ - "জন গন মন…"ক ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা হয়।
- ১৯৮৪ - বিশ্বৰ প্ৰথম পাৰ্চনেল কম্পিউটাৰ এপ'লৰ "মেচিনটছ"ৰ বিক্ৰী আৰম্ভ হয়।
জন্ম
সম্পাদনা কৰক- ১৯২২ - ৰাজেশ্বৰী চেটাৰ্জী, ভাৰতীয় বিজ্ঞানী আৰু শিক্ষাবিদ।
- ১৯২৪ - চি. বি. মুথাম্মা, ভাৰতীয় কূটনীতিবিদ আৰু অসামৰিক সেৱা বিষয়া।
- ১৯৪৫ - সুভাষ ঘাই, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক।
- ১৯৪৭ - মিচ্ছিঅ' কাকু, আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী, ভৱিষ্যৎদ্ৰষ্টা।
- ১৯৬৩ - ভাস্কৰ জ্যোতি মহন্ত, ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া।
- ১৯৬৪ - ৰেখা ভৰদ্বাজ, ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৭১ - মনিষা উন্নি, ভাৰতীয় অভিনেত্ৰী।
মৃত্যু
সম্পাদনা কৰক- ৪১ - কেলিগোলা, ৰোমান সাম্ৰাজ্যৰ সম্ৰাট।
- ১৯৬৫ - উইনষ্টন চাৰ্চিল, ইংলেণ্ডৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী।
- ১৯৬৬ - হোমী জাহাংগীৰ ভাবা, ভাৰতীয় নিউক্লীয় পদাৰ্থবিজ্ঞানী।
- ১৯৮০ - ছবিলাল উপাধ্যায়, অসমৰ ৰাজনৈতিক নেতা।
- ২০১১ - ভীমসেন যোশী, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী।
- ২০১৫ - আয়েশা চৌধুৰী, ভাৰতীয় লেখিকা আৰু প্ৰেৰণাদায়ী বক্তা।