১৫ জানুৱাৰী
তাৰিখ
১৫ জানুৱাৰী (ইংৰাজী: 15 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫০টা দিন (অধিবৰ্ষত ৩৫১টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৫৫৯- এলিজাবেথ প্ৰথমক ইংলেণ্ডৰ ৰাণী ঘোষণা কৰা হয়।
- ১৮৮৯ - আটলাণ্টাত ক'কা-ক'লা কোম্পানী (তেতিয়া পেম্বাৰ্টন মেডিচিন কোম্পানী নামেৰে জনাজাত) আৰম্ভ কৰা হয়।
- ২০০১ খৃ: - ৱিকিপিডিয়াৰ আৰম্ভণি।
জন্মসম্পাদনা কৰক
- ১৯১৯ খৃ: - চৈয়দ আব্দুল মালিক, অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি
- ১৯২৯ খৃ: - মাৰ্টিন লুথাৰ কিং জুনিয়ৰ, আমেৰিকাৰ ৫০ আৰু ৬০ দশকৰ অসামৰিক অধিকাৰ আন্দোলনৰ নেতা।
- ১৯৩৮ খৃ: - চুনী গোস্বামী, ভাৰতীয় ক্ৰিকেটাৰ আৰু ফুটবল খেলুৱৈ।
- ১৯৭৫ খৃ: - মেৰী পিয়াৰ্ছ, ফ্ৰান্সৰ মহিলা টেনিছ খেলুৱৈ।
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৫ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |