৩ জানুৱাৰী
তাৰিখ
৩ জানুৱাৰী (ইংৰাজী: 3 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬২টা দিন (অধিবৰ্ষত ৩৬৩টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজীসম্পাদনা কৰক
- ১৯৬৮ - ভাৰতৰ প্ৰথম বতৰ বিজ্ঞান ৰকেট "মেনকা"ৰ প্ৰথম পৰীক্ষণ।
- ২০০৪ - "নাছা"ৰ "স্পিৰিট" নামৰ যানখনৰ মঙল গ্ৰহত অৱতৰন।
জন্মসম্পাদনা কৰক
- ১৯২৭ - জানকী বল্লভ পাটনায়ক, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা অসমৰ প্ৰাক্তন ৰাজ্যপাল। (মৃত্যু: ২১ এপ্ৰিল, ২০১৫)
- ১৯৫৬ - মেল জিবচন, প্ৰখ্যাত অষ্ট্ৰেলিয়ান অভিনেতা।
মৃত্যুসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |