৩ জানুৱাৰী (ইংৰাজী3 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩য় দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৬২টা দিন (অধিবৰ্ষত ৩৬৩টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজীসম্পাদনা কৰক

  1. ১৯৬৮ খৃঃ - ভাৰতৰ প্ৰথম বতৰ বিজ্ঞান ৰকেট "মেনকা"ৰ প্ৰথম পৰীক্ষণ।
  2. ২০০৪ খৃঃ - "নাছা"ৰ "স্পিৰিট" নামৰ যানখনৰ মঙল গ্ৰহত অৱতৰন।

জন্মসম্পাদনা কৰক

  1. ১৯৫৬ খৃঃ - মেল জিবচন, প্ৰখ্যাত অষ্ট্ৰেলিয়ান অভিনেতা।

মৃত্যুসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক