১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২১ জানুৱাৰী (ইংৰাজী: 21 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২১ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৪৪টা দিন (অধিবৰ্ষত ৩৪৮টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -


ঘটনাৰাজী সম্পাদনা কৰক

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৭৯৩ - ষোড়শ লুইক গিলোটিন, ফৰাচী সম্ৰাট।
  • ১৯২৪ - লেনিন, ৰুছ বিপ্লৱৰ নেতা।
  • ১৯৫০ - জৰ্জ অৰৱেল, ইংৰাজ ঔপন্যাসিক আৰু নিবন্ধকাৰ।
  • ১৯৭৭ - গজেন বৰুৱা, অসমীয়া নৃত্যশিল্পী।
  • ১৯৮১ - বিষ্ণুৰাম মেধি, অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী, স্বাধীনতা সংগ্ৰামৰ মুক্তিযোদ্ধা।
  • ২০০৬ - দিলীপ চৌধুৰী, অসমীয়া সংগীতশিল্পী।
  • ২০১৬ - মৃণালিনী সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্যবিশাৰদ আৰু নৃত্য পৰিচালক।

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক