২৫ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
২৫ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫তম দিন। বছৰ শেষ হ'বলৈ ৩৪০ দিন (অধিবৰ্ষত ৩৪১ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা সম্পাদনা কৰক
- ১৭৫৫ - মস্কো বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।
- ১৮৮১ - টমাছ আলভা এডিচন আৰু আলেকজেণ্ডাৰ গ্ৰেহাম বেলে "Oriental Telephone Company" প্ৰতিষ্ঠা কৰে।
- ১৯১৮ - বলচেভিক ৰাছিয়াৰ পৰা ইউক্ৰেইনে স্বাধীনতা ঘোষণা কৰে।
- ১৯৪৯ - এমী পুৰস্কাৰৰ আৰম্ভণি কৰা হয়।
- ১৯৮০ - মাদাৰ টেৰেছাক "ভাৰত ৰত্ন" প্ৰদান কৰা হয়।
- ২০০৫ - মহাৰাষ্ট্ৰৰ মহাদেৱী মন্দিৰত ভক্তৰ ভিৰৰ বাবে হোৱা দৌৰা-দৌৰিত প্ৰায় ২৫৮জন লোকৰ মৃত্যু হয়।
জন্ম সম্পাদনা কৰক
- ১৮৬২ - ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
- ১৯৪২ - ইউজেবিউ, পৰ্তুগীজ ফুটবলাৰ।
- ১৯৫৮ - কবিতা কৃষ্ণমূৰ্তি, ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী।
- ১৯৭৮ - লাইলা ট্ৰেটিক'ভ, ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ কাৰ্যবাহী সঞ্চালক।
মৃত্যু সম্পাদনা কৰক
- ১৭৪২ - এডমাণ্ড হেলি, ইংৰাজী জ্যেতিৰ্বিদ, ভূ-পদাৰ্থবিদ, গণিতজ্ঞ, বতৰ বিজ্ঞানী আৰু পদাৰ্থ বিজ্ঞানী।
- ১৯২৪ - ৰমাবাঈ ৰানডে, ভাৰতীয় সমাজকৰ্মী।
- ১৯৫৪ - মানবেন্দ্ৰ নাথ ৰয়, আন্তৰ্জাতিক কমিউনিষ্ট আন্দোলনৰ নেতা।
- ২০০২ - অমূল্য কাকতি, অসমীয়া নাট্যকাৰ, চিত্ৰনাট্য লেখক, অভিনেতা আৰু প্ৰযোজক।
- ২০১৯ - কৃষ্ণা সোব্তি, ভাৰতীয় হিন্দী ভাষাৰ সাহিত্যিক তথা প্ৰবন্ধকাৰ।
দিৱস সম্পাদনা কৰক
- ৰাষ্ট্ৰীয় মতদাতা দিৱস (ভাৰত)।
- ৰাষ্ট্ৰীয় আৰক্ষী দিৱস (ইজিপ্ত)।
- ৰাষ্ট্ৰীয় পৰ্যটন দিৱস (ভাৰত)।