১৪ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
১৪ জানুৱাৰী (ইংৰাজী: 14 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১৪ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫১টা দিন (অধিবৰ্ষত ৩৫২টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী সম্পাদনা কৰক
জন্ম সম্পাদনা কৰক
- ১৮৭৫ - এলবাৰ্ট স্কোৱেটজাৰ, নোবেল বিজয়ী জাৰ্মানীৰ প্ৰখ্যাত চিকিৎসাবিদ।
- ১৯০৫ - দুৰ্গা খোটে, ভাৰতীয় অভিনেত্ৰী।
- ১৯২৬ - মহাশ্বেতা দেৱী, ভাৰতীয় বাঙালী সাহিত্যিক আৰু মানৱাধিকাৰ আন্দোলনকৰ্মী। (মৃ.২৮/০৭/২০১৬)
- ১৯২৯ - শ্যামল মিত্ৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী, সঙ্গীত পৰিচালক তথা চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৬৫ - সীমা বিশ্বাস, ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ অভিনেত্ৰী।
মৃত্যু সম্পাদনা কৰক
- ২০০৮ - অৰ্চনা শৰ্মা, ভাৰতীয় উদ্ভিদ বিজ্ঞানী, কোষ বংশগতিবিজ্ঞানী, কোষ জীৱবিজ্ঞানী আৰু কোষবিষবিজ্ঞানী।
- ২০১৪ - কনক চন্দ্ৰ ডেকা, অসমীয়া সাহিত্যিক।
দিৱস সম্পাদনা কৰক
- বিশ্ব যুক্তিবিজ্ঞান দিৱস (আন্তৰ্জাতিক)।
- পতাকা দিৱস (জাৰ্জিয়া)।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১৪ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |