৩০ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | |||
৫ | ৬ | ৭ | ৮ | ৯ | ১০ | ১১ |
১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ | ১৮ |
১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ | ২৫ |
২৬ | ২৭ | ২৮ | ২৯ | ৩০ | ৩১ | |
২০২৫ |
৩০ জানুৱাৰী (ইংৰাজী: 30 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন (অধিবৰ্ষত ৩৩৬ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৯৩৩ - জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰৰ আৰোহণ।
জন্ম
সম্পাদনা কৰক- ১৯১০ - চিদাম্বৰম সুব্ৰমনিয়াম, ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী।
- ১৯১৩ - অমৃতা শ্বেৰগিল, হাংগেৰীয়ান ভাৰতীয় চিত্ৰশিল্পী।
- ১৯২৪ - ড॰ অমলেন্দু গুহ, অসমৰ ইতিহাসবিদ, সমাজবিদ, কবি আৰু সাহিত্যিক।
- ১৯৪১ - দীপালী বৰঠাকুৰ,অসমৰ এগৰাকী স্বনামধন্য গায়িকা।
- ১৯৪৮ - আকিৰা য়শ্বিন', জাপানী ৰসায়নবিদ।
মৃত্যু
সম্পাদনা কৰক- ১৯৪৮ - মহাত্মা গান্ধী, ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
- ২০১৩ - সোণাৰাম চুতীয়া, অসমীয়া শিক্ষক, নিষ্ঠাবান সমাজ-সংস্কাৰক আৰু স্বাধীনতা যুঁজাৰু।
- ২০২২ - অনুপমা ভট্টাচাৰ্য, অসমৰ চলচ্চিত্ৰ অভিনেত্ৰী।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৩০ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |