৩০ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ৩১ | |||||
২০২২ |
৩০ জানুৱাৰী (ইংৰাজী: 30 January) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৫ দিন (অধিবৰ্ষত ৩৩৬ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- ১৯৩৩ - জাৰ্মানীৰ চেনচেলৰ পদত এডল্ফ হিটলাৰৰ আৰোহণ।
জন্মসম্পাদনা কৰক
- ১৯৪১ - দীপালী বৰঠাকুৰ,অসমৰ এগৰাকী স্বনামধন্য গায়িকা।
মৃত্যুসম্পাদনা কৰক
- ১৯৪৮ - মহাত্মা গান্ধী, ভাৰতৰ জাতিৰ পিতা, স্বাধীনতা সংগ্ৰামী।
দিৱসসম্পাদনা কৰক
- শ্বহীদ দিৱস - ভাৰত
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ৩০ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |