১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

৬ জানুৱাৰী (ইংৰাজী: 6 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৬ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৯টা দিন (অধিবৰ্ষত ৩৬০টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -

ঘটনাৰাজী সম্পাদনা কৰক

  • ১৮৩৮ - আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউ জাৰ্ছীৰ ম'ৰিছটাউনত ছেমুৱেল ম'ৰ্চৰ টেলিগ্ৰাফ যন্ত্ৰৰ প্ৰথম নমুনা প্ৰদৰ্শন কৰিছিল।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

  • সশস্ত্ৰ বাহিনী দিৱস (ইৰাক)।

বাহ্যিক সংযোগ সম্পাদনা কৰক