২৮ জানুৱাৰী
তাৰিখ
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২৩ |
২৮ জানুৱাৰী হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৮তম দিন। বছৰ শেষ হ'বলৈ ৩৩৭ দিন (অধিবৰ্ষত ৩৩৮ দিন) বাকী থাকে।
উল্লেখযোগ্য ঘটনাসম্পাদনা কৰক
- ১৮৯৪ - অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।
জন্মসম্পাদনা কৰক
- ১৮৬৫ - লালা লাজপত ৰায়, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯১২ - জেকছন পোলক, আমেৰিকান চিত্ৰশিল্পী আৰু বিমূৰ্ত অভিব্যক্তিবাদ বিপ্লৱ বিপ্লৱী।
- ১৯১৩ - ৰাজেন্দ্ৰ কেশৱলাল শ্বাহ, ভাৰতীয় সাহিত্যিক।
- ১৯১৮ - টালিমেৰণ আও, ভাৰতীয় ফুটবল খেলুৱৈ আৰু চিকিৎসক।
- ১৯৩০ - পণ্ডিত যশৰাজ, ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্পী, সংগীত প্ৰশিক্ষক তথা তবলা বাদক।
- ১৯৩৭ - সুমন কল্যাণপুৰ, ভাৰতীয় নেপথ্য কণ্ঠশিল্পী।
- ১৯৮৬ - শ্ৰুতি হাছান, ভাৰতীয় অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ।
মৃত্যুসম্পাদনা কৰক
- ১৮৮১ - ফিওদোৰ দস্তয়েভস্কি, ৰাছিয়ান ঔপন্যাসিক, চুটি গল্প লেখক, প্ৰবন্ধকাৰ, সাংবাদিক আৰু দাৰ্শনিক।
- ১৯৯৬ - দেৱকান্ত বৰুৱা, অসমীয়া ৰোমাণ্টিক কবি।
- ২০১৭ - ধৰণী বৰ্মণ, অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা।
- ২০১৭ - ভাৰতী মুখাৰ্জী, ভাৰতীয় আমেৰিকান লেখক।
- ২০২০ - শশী শৰ্মা, অসমীয়া শিক্ষাবিদ, সাহিত্যিক, অনুবাদক, সমালোচক, বুদ্ধিজীৱী তথা নতুন দিনৰ স্বপ্নলিপিকাৰ।
দিৱসসম্পাদনা কৰক
- সেনা দিৱস (আৰ্মেনিয়া)।
- তথ্য গোপনীয়তা দিৱস।
বাহ্যিক সংযোগসম্পাদনা কৰক
- বিবিচি: আজিৰ দিনটো (ইংৰাজী)
- দি নিউইৰ্ক টাইমছ্: আজিৰ দিনটো (ইংৰাজী)