৪ এপ্ৰিল
তাৰিখ
(এপ্ৰিল ৪ৰ পৰা পুনঃনিৰ্দেশিত)
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
৪ এপ্ৰিল হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৯৪তম (অধিবৰ্ষত ৯৫তম) দিন। বছৰ শেষ হ’বলৈ আৰু ২৭১ দিন বাকী থাকে।
উল্লেখযোগ্য ঘটনা
সম্পাদনা কৰক- ১৯৫৭ - "ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি ৰঙা পুলিচৰ (পৰিচালক: নিপ বৰুৱা) মুক্তিলাভ।
- ১৯৬০ – ছেনেগালে স্বাধীনতা লাভ কৰে।
- ১৯৮৪ – ভাৰতীয় মহাকাশচাৰী ৰাকেশ শৰ্মাই মহাকাশ অভিযান কৰে। তেখেত প্ৰথম ভাৰতীয় মহাকাশচাৰী। তেখেত আছিল ইণ্ডিয়ান এয়াৰ ফোৰ্চৰ পাইলট। তেখেতে গোটেই বিশ্ব ভ্ৰমণ কৰিছিল।
- ২০১১ - আৰ্মেনিয়াৰ প্ৰথমখন ছুখয় ছুপাৰজেট ১০০, য়ুৰি গেগেৰিনৰ সন্মানত নামকৰণ।
- ২০১১ - ছয়ুজ টিএমএ-২১ৰ যাত্ৰাক য়ুৰি গেগেৰিনৰ সন্মানত পালন কৰা প্ৰথম মহাকাশ ভ্ৰমণৰ স্বৰ্ণজয়ন্তীলৈ অৰ্পণ।
- ২০১২ - ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ পঞ্চম বৰ্ষৰ প্ৰথমখন খেল অনুষ্ঠিত।
জন্ম
সম্পাদনা কৰক- ১৮৮৯ - মাখনলাল চতুৰ্বেদী, ভাৰতীয় কবি, সাহিত্যিক, প্ৰবন্ধকাৰ, নাট্যকাৰ আৰু সাংবাদিক। (মৃত্যু: ১৯৬৮)
- ১৯০৮ - বেগম ঐজাজ ৰচুল, ভাৰতীয় ৰাজনীতিবিদ, লেখক তথা সমাজকৰ্মী।
- ১৯২৮ - মায়া এঞ্জেলো, আমেৰিকান কবি, আত্মজীৱনীকাৰ।
- ১৯৩৩ - সনজীদা খাতুন, বাংলাদেশী সংগীত শিল্পী।
- ১৯৪৯ - পাৰৱীন বাবী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৯ - পল্লৱী যোশী, ভাৰতীয় অভিনয় শিল্পী।
- ১৯৮৯ - ষ্টিভেন ফিন, ইংৰাজ ক্ৰিকেটাৰ।
মৃত্যু
সম্পাদনা কৰক- ১৯৬৮ - মাৰ্টিন লুথাৰ কিং, অনুজ, আমেৰিকান পাদ্ৰী। আমেৰিকান কৃষ্ণাঙ্গ নেতা মাৰ্টিন লুথাৰ কিং আততায়ীৰ হাতত নিহত হয়।
- ১৯৯৫ - হংসা জীৱৰাজ মেহতা, ভাৰতীয় শিক্ষাবিদ, ৰাজনীতিবিদ, স্বাধীনতা সংগ্ৰামী, সমাজ সংস্কাৰক, সাহিত্যিক।
- ২০২১ - শশীকলা চাইগল, ভাৰতীয় অভিনেত্ৰী।
দিৱস
সম্পাদনা কৰকবাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৪ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- বিবিচি: এই দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা Archived 2007-03-05 at the Wayback Machine