অসমীয়া সাহিত্যিকৰ ছদ্ম নাম আৰু বিভূষিত উপাধিৰ তালিকা

ৱিকিপিডিয়া:ৰচনাশৈলীৰ হাতপুথি

অসমীয়া সাহিত্য আন চহকী ভাষাৰ দৰে অসংখ্য উপন্যাস, গল্প, কবিতা, প্ৰবন্ধ আৰু আন আন বিষয়ক গ্ৰন্থৰে চহকী। অসমীয়া সাহিত্য ভাষাটোৰ বৰ্তমানৰ সাহিত্য সম্ভাৰৰ উপৰিও ইয়াৰ ক্ৰমবিৱৰ্তনৰ সময়ত সৃষ্টি হোৱা পুৰণি অসংখ্য সাহিত্যৰ সম্ভাৰেৰে চহকী, যি ধাৰাৰ আৰম্ভ ৯ম-১০ম শতিকাৰ চৰ্যাপদৰে পৰা আৰম্ভ হৈছিল বুলি কোৱা হয়।

অসমীয়া সাহিত্যিকসকলৰ মাজত বহুতো ছদ্মনামেৰে লিখা বিখ্যাত সাহিত্যিক দেখা যায় আৰু বিভিন্ন সময়ত অসমীয়া সাহিত্যিকসল বিভিন্ন উপাধিৰে বিভূষিত হৈ আহিছে।

আচল নামৰ সৈতে ছদ্ম নাম সম্পাদনা কৰক

উপাধি সম্পাদনা কৰক

বিখ্যাত অসমীয়া ব্যক্তিক প্ৰদান কৰা উপাধি সম্পাদনা কৰক

বিভিন্ন ক্ষেত্ৰত উচ্চ পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক কেতিয়াবা চৰকাৰী বা কেতিয়াবা জনতাৰদ্বাৰা আদৰতে সৰ্বমান্য খিতাপেৰে বিভূষিত কৰা হয়। তলত এনে বিভিন্ন উপাধিৰে বিভূষিত অসমৰ বিশিষ্ট ব্যক্তিসকলৰ তালিকা দিয়া হ'ল।[2]

ক্ৰম ব্যক্তিৰ নাম উপাধি/উপাধিসমূহ
শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ, জগতগুৰু
শ্ৰীশ্ৰী মাধৱদেৱ বঢ়াৰ পো
জ্যোতিপ্ৰসাদ আগৰৱালা ৰূপকোঁৱৰ
বিষ্ণু প্ৰসাদ ৰাভা কলাগুৰু
অম্বিকাগিৰী ৰায়চৌধুৰী অসম কেশৰী
তৰুণৰাম ফুকন দেশভক্ত
ব্ৰজনাথ শৰ্মা অভিনয়াচাৰ্য
নলিনীবালা দেৱী অতীন্দ্ৰিয়বাদী কবি
লক্ষ্মীনাথ বেজবৰুৱা সাহিত্যৰথী, ৰসৰাজ
১০ ৰজনীকান্ত বৰদলৈ উপন্যাস সম্ৰাট
১১ কমলাকান্ত ভট্টাচাৰ্য অগ্নিকবি
১২ অম্বেশ্বৰ চেতিয়া ফুকন কবিতা কোঁৱৰ
১৩ নবীন চন্দ্ৰ বৰদলৈ কৰ্মবীৰ
১৪ বিক্ৰম সিং য়েইন গণ শিল্পী
১৫ পাৰ্বতী প্ৰসাদ বৰুৱা গীতিকবি
১৬ দেৱেশ্বৰ শৰ্মা জননায়ক
১৭ মফিজুদ্দিন আহমেদ হাজৰিকা জ্ঞান মালিনীৰ কবি
১৮ হেমচন্দ্ৰ বৰুৱা ত্যাগবীৰ
১৯ লক্ষ্মীধৰ শৰ্মা দেশপ্ৰাণ
২০ বিনন্দ চন্দ্ৰ বৰুৱা ধ্বনি কবি
২১ ফণী শৰ্মা নটসূৰ্য
২২ সত্যপ্ৰসাদ বৰুৱা নাট্য প্ৰভাকৰ
২৩ শৈলধৰ ৰাজখোৱা নিজৰাৰ কবি
২৪ গণেশ চন্দ্ৰ গগৈ পাপৰিৰ কবি
২৫ চন্দ্ৰ কুমাৰ আগৰৱালা প্ৰতিমাৰ খনিকৰ
২৬ হীৰেন ভট্টাচাৰ্য প্ৰেম আৰু ৰ'দালিৰ কবি
২৭ আনন্দ চন্দ্ৰ বৰুৱা বকুল বনৰ কবি
২৮ ৰঘুনাথ চৌধাৰী বিহগী কবি
২৯ যতীন্দ্ৰনাথ দুৱৰা বনফুলৰ কবি
৩০ আনন্দিৰাম দাস বনকোঁৱৰ
৩১ প্ৰসন্নলাল চৌধুৰী বিদ্ৰোহী কবি
৩২ নীলমণি ফুকন বাগ্মীবৰ, ককা
৩৩ কনকলতা বীৰবালা
৩৪ আনন্দ চন্দ্ৰ আগৰৱালা ভাঙনি কোঁৱৰ
৩৫ ৰুদ্ৰ বৰুৱা লুইত কোঁৱৰ
৩৬ অমিয় কুমাৰ দাস লোকনায়ক
৩৭ মতিৰাম বৰা লোকপ্ৰাণ
৩৮ গোপীনাথ বৰদলৈ লোকপ্ৰিয়
৩৯ ডা: ভুৱনেশ্বৰ বৰুৱা লোকবন্ধু
৪০ ৰত্নকান্ত বৰকটকী শেৱালি কবি
৪১ গজেন বৰুৱা শোণিত কোঁৱৰ
৪২ লক্ষ্মীৰাম বৰুৱা সংগীতাচাৰ্য
৪৩ চন্দ্ৰধৰ বৰুৱা সাহিত্য ৰত্ন
৪৪ ভীমবৰ দেউৰী জননেতা

লগতে চাওক সম্পাদনা কৰক

তথ্যসূত্ৰ সম্পাদনা কৰক

  1. 1.0 1.1 Assam General Knowledge. Bright Publications. পৃষ্ঠা. 22–. ISBN 978-81-7199-451-9. http://books.google.com/books?id=reuQbFK9Rz4C&pg=PA22। আহৰণ কৰা হৈছে: 21 November 2012. 
  2. "নতুন জানানে" - শান্তনু কৌশিক বৰুৱা, প্ৰীতিমা কৌশিক বৰুৱা (জ্যোতি প্ৰকাশন) পৃষ্ঠা নং ১০৫-১০৬
  3. Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Authors & Poets - Mamoni Roysom Goswami". Bipuljyoti.in. Archived from the original on 2011-07-21. https://web.archive.org/web/20110721153418/http://www.bipuljyoti.in/authors/indiragoswami.html। আহৰণ কৰা হৈছে: 2010-12-13. 
  4. Bipuljyoti Saikia (2008-09-07). "Bipuljyoti Saikia's Homepage : Authors & Poets". Bipuljyoti.in. Archived from the original on 2010-08-28. https://web.archive.org/web/20100828112931/http://www.bipuljyoti.in/authors/। আহৰণ কৰা হৈছে: 2010-12-13. 
  5. "Assamese literature language - Assam books authors poets history". Onlinesivasagar.com. http://onlinesivasagar.com/literature/। আহৰণ কৰা হৈছে: 2010-12-13. 
  6. "The Encyclopaedia Of Indian ... - Google Books". Books.google.co.in. http://books.google.co.in/books?id=ObFCT5_taSgC&pg=PA394&lpg=PA394&dq=assamese+poets+and+their+pen+names&source=bl&ots=mUIX_zxSAa&sig=bK1OSlp5OePLmgoXpvNnHZ3izNA&hl=en&ei=k1QGTZrtH8ymrAfg5_yQDw&sa=X&oi=book_result&ct=result&resnum=3&ved=0CCsQ6AEwAg#v=onepage&q=assamese%20poets%20and%20their%20pen%20names&f=false। আহৰণ কৰা হৈছে: 2010-12-13.