১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

৫ ছেপ্টেম্বৰ (ইংৰাজী: 5 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৮তম (অধিবৰ্ষত ২৪৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

  • ১৬১২ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চাৰিখন জাহাজৰ সৈতে নৌ-বাহিনী গঠন কৰে।
  • ১৯৫৭ - সংসদত কৰ বিধেয়ক গৃহীত হৈছিল।
  • ২০০০ - বিশিষ্ট পৰিচালক হৃষীকেশ মুখাৰ্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হৈছিল।
  • ১৬৩৮ - লুই চতুৰ্দশ, ফ্ৰান্সৰ ৰজা, দা চান কিং হিচাপে পৰিচিত, ফ্ৰান্সৰ সৰ্বাধিক সময় শাসন কৰ্তা।
  • ১৮৫০ - ইউজেন গ'ল্ডষ্টেইন (Eugen Goldstein), জাৰ্মান পদাৰ্থ বিজ্ঞানী, এনড ৰশ্মিৰ আৱিষ্কাৰক।
  • ১৮৭৪ - আনন্দ চন্দ্ৰ আগৰৱালা, অসমীয়া কবি।
  • ১৮৮৮ - সৰ্ব্বপল্লী ৰাধাকৃষ্ণণ, ভাৰতৰ ৰাষ্ট্ৰপতি তথা শিক্ষাবিদ। শিক্ষকসকলৰ প্ৰতি অসীম শ্ৰদ্ধা আৰু মৰম কৰিছিল ৰাধাকৃষ্ণণে। সেইবাবে তেওঁৰ জন্ম দিনটোক শিক্ষক দিৱস হিচাপে পালন কৰা হয়। ১৯৬২ চনৰ আজিৰ দিনটোৰপৰাই তেখেতৰ জন্মদিনটো ভাৰতত শিক্ষক দিৱস হিচাপে পালন কৰিবলৈ সিদ্ধান্ত লোৱা হয়।
  • ১৯৩৩ - লক্ষ্মীনাৰায়ণ ৰামদাস, প্ৰাক্তন নৌ-সেনাৰ অধ্যক্ষ, মেগছেছে বঁটা বিজয়ী।
  • ১৯৫২ - বিধু বিনোদ চোপ্ৰা, কথাছবি পৰিচালক আৰু নিৰ্মাতা।
  • ১৮৫৭ - আগাষ্ট কমটে (Auguste Comte), ফৰাচী দাৰ্শনিক, আধুনিক বিজ্ঞানৰ প্ৰথম দাৰ্শনিক।
  • ১৯০২ - ৰুডলফ ভিৰ্চো, জাৰ্মান জীৱ বিজ্ঞানী, আধুনিক ৰোগবিদ্যাৰ পিতৃ পুৰুষ।
  • ১৯০৬ - লডৱিগ ব'ল্টমেন (Ludwig Boltzmann), অষ্ট্ৰিয়ান পদাৰ্থ বিজ্ঞানী, ব'ল্টমেন ধ্ৰুৱক আৰু পাৰিসাংখ্যিক বলবিজ্ঞানৰ (statistical mechanics) বাবে জনাজাত।
  • ১৯৮৬ - নীৰজা ভনোট, অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
  • ১৯৯৭ - মাদাৰ টেৰেছা, 'মিছনেৰীজ অফ চেৰিটি'ৰ প্ৰতিষ্ঠাতা তথা ভাৰতৰত্ন সন্মানেৰে বিভূষিত। তাইৰ যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজে চহৰত জন্ম হৈছিল।
  • ২০০৪ - ইন্দিৰা মিৰি (ইংৰাজী: Indira Miri), অসমৰ এগৰাকী শিক্ষাবিদ আৰু বিদুষী মহিলা।
  • ২০১৭ - গৌৰী লংকেশ (Gauri Lankesh), সাংবাদিক।
  • ভাৰতৰ শিক্ষক দিৱস।
  • আন্তৰ্জাতিক দান-বৰঙণি দিৱস। (International Day of Charity)

বাহ্যিক সংযোগ

সম্পাদনা কৰক


তথ্যসূত্ৰ

সম্পাদনা কৰক