২৪ ছেপ্টেম্বৰ
তাৰিখ
(ছেপ্টেম্বৰ ২৪ৰ পৰা পুনঃনিৰ্দেশিত)
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৮টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
- ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
- ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
- ২০০৭ - প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
- ২০১৩ - পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।
- ২০১৪ - ভাৰত মঙ্গলযানৰ দ্বাৰা মঙ্গল অভিযানৰ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।
জন্ম
সম্পাদনা কৰক- ১৭৯৩ - ৰাণী ৰাসমণি, ব্ৰিটিছ ভাৰতৰ এগৰাকী জমিদাৰ আৰু সমাজসেৱক।
- ১৮৬১ - ভিখাজী ৰুষ্টম কামা, ভাৰতৰ স্বাধীনতা আন্দোলনৰ অন্যতম সংগ্ৰামী।
- ১৮৯৫ - আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদ, প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ।
- ১৯২২ - অসিত সেন, ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু চিত্ৰনাট্য লেখক।
- ১৯২৪ - কৃষ্ণকুমাৰ শুক্লা, জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা।
- ১৯২৫ - অতাৰ সিং পেণ্টাল, ভাৰতীয় চিকিৎসা বিজ্ঞানী।
- ১৯৪০ - আৰতি গুপ্তা সাহা, ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
- ১৯৮২ - হিমাংশু প্ৰসাদ দাস, অসমৰ কবি, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, চলচ্চিত্ৰ অভিনেতা আৰু পৰিচালক।
মৃত্যু
সম্পাদনা কৰক- ১৯০৪ - নীলছ ৰাইবাৰ্গ ফিনছেন, প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
- ১৯৯৯ - পান্নালাল অছোৱাল, অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী আছিল, আততায়ীৰ হাতত মৃত্যু হয়।
- ২০০২ - ড° পি আৰ পিশ্বাৰোটী, ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰ সংবেদনৰ (remote sensing) পিতৃ পুৰুষ।
- ২০১৭ - আব্দুল মজিদ, অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা।
- ২০১৭ - নন্দ কিশোৰ মহেশ্বৰী, অসমৰ বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷
দিৱস
সম্পাদনা কৰক- সংবিধান দিৱস (কম্বোডিয়া)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৪ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |