২৪ ছেপ্টেম্বৰ

তাৰিখ
(ছেপ্টেম্বৰ ২৪ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৮টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
  • ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
  • ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
  • ২০০৭ - প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
  • ২০১৩ - পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।
  • ২০১৪ - ভাৰত মঙ্গলযানৰ দ্বাৰা মঙ্গল অভিযানৰ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

  • ১৯০৪ - নীলছ ৰাইবাৰ্গ ফিনছেন, প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
  • ১৯৯৯ - পান্নালাল অছোৱাল, অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী আছিল, আততায়ীৰ হাতত মৃত্যু হয়।
  • ২০০২ - ড° পি আৰ পিশ্বাৰোটী, ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰ সংবেদনৰ (remote sensing) পিতৃ পুৰুষ।
  • ২০১৭ - আব্দুল মজিদ, অসমৰ এজন চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক, নাট্যকাৰ আৰু অভিনেতা।
  • ২০১৭ - নন্দ কিশোৰ মহেশ্বৰী, অসমৰ বিশিষ্ট শিল্পী, সাংবাদিক, স্থপতিবিদ, নাট্যকাৰ আৰু সমাজকৰ্মী৷

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক



তথ্য় সূত্ৰ সম্পাদনা কৰক