২৫ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৩ |
২৫ ছেপ্টেম্বৰ (ইংৰাজী: 25 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৮তম (অধিবৰ্ষত ২৬৯তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৯৭টা দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৩৯৬ - ডানয়ুব নদীৰ পাৰত নিক'প'লিছ যুদ্ধ (Battle of Nicopolis) সংঘটিত হয়।
- ১৪৯৩ - ক্ৰিষ্টোফাৰ কলম্বাছে দ্বিতীয় সমূদ্ৰ যাত্ৰা আৰম্ভ কৰে। [1]
- ১৫২৪ - পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো দা গামা তৃতীয় তথা অন্তিম বাৰৰ বাবে ভাৰতত উপস্থিত হয়।
- ১৯৬৯ - ইছলামী সহযোগিতা সংস্থা (Organisation of Islamic Cooperation) প্ৰতিষ্ঠা হয়।
জন্মসম্পাদনা কৰক
- ১৮৬৬ - টমাছ হাণ্ট মৰ্গান, আমেৰিকান জীৱ বিজ্ঞানী, ১৯৩৩ চনত তেখেতে চিকিৎসা বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।
- ১৮৯৭ - ৱিলিয়াম ফকনাৰ, আমেৰিকান উপন্যাসিক।
- ১৯১৬ - দীনদয়াল উপাধ্যায়, এজন ভাৰতীয় ৰাজনীতিক আৰু বৰ্তমানৰ ভাৰতীয় জনতা পাৰ্টিৰ পূৰ্বসূৰী ভাৰতীয় জন সংঘৰ এজন গুৰুত্বপূৰ্ণ নেতা আছিল। (জঃ ১১ ফ্ৰেব্ৰুৱাৰী, ১৯৬৮)
- ১৯২০ - সতীশ ধৱন, ভাৰতীয় গণিতজ্ঞ, অভিযন্তা আৰু মহাকাশ বিজ্ঞানী।
- ১৯৬৮ - ৱিল স্মিথ, হলীউডৰ অভিনেতা।
- ১৯৬৯ - কেথেৰিন জেটা জ'নছ (Catherine Zeta-Jones), ইংৰাজ অভিনেত্ৰী।
মৃত্যুসম্পাদনা কৰক
- ১৯৭০ - এৰিক মাৰিয়া ৰেমাৰ্ক, প্ৰথম বিশ্বযুদ্ধৰ সৈনিক তথা খ্যাতনামা লেখক, ছুইজাৰলেণ্ডত মৃত্যু হয়।
- ২০০৬ - চ'ফিয়া মুৰাট'ভা (Sofia Muratova), অলিম্পিকত ৮টা সোণৰ পদক পোৱা ৰাছিয়ান মহিলা জিমনাষ্টিক খেলুৱৈ।
- ২০১১ - ৱাংগাৰী মাথাই (Wangari Maathai), কেনিয়াৰ পৰিৱেশ আৰু সমাজকৰ্মী। শান্তিৰ ন'বেল বঁটা পোৱা প্ৰথম আফ্ৰিকান মহিলা।
- ২০২০ - এছ. পি. বালসুব্ৰমনিয়ম, ভাৰতীয় সংগীত শিল্পী।
- ২০২১ - কমলা ভাচিন, ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী।
দিৱসসম্পাদনা কৰক
- ৰাষ্ট্ৰীয় যুৱ দিৱস (নাউৰু)।
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৫ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
তথ্য় সূত্ৰসম্পাদনা কৰক
- ↑ Bergreen, Lawrence (2011). Columbus: The Four Voyages, 1493–1504. Penguin Group US. ISBN 978-1101544327. https://books.google.com/books?id=3Dyhtkk4VQcC.