১০ ১১ ১২ ১৩ ১৪ ১৫ ১৬
১৭ ১৮ ১৯ ২০ ২১ ২২ ২৩
২৪ ২৫ ২৬ ২৭ ২৮ ২৯ ৩০

৮ ছেপ্টেম্বৰ (ইংৰাজী: 8 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫১তম (অধিবৰ্ষত ২৫২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলীসম্পাদনা কৰক

জন্মসম্পাদনা কৰক

  • ১১৫৭ - ৰিছাৰ্ড প্ৰথম, ইংলেণ্ডৰ ৰজা। (মৃঃ ৬ এপ্ৰিল, ১১৯৯)
  • ১৮৩০ - ফ্ৰেডেৰিক মিস্ত্ৰাল প্ৰসিদ্ধ ফৰাচী কবি। ১৯০৪ চনত তেওঁ সাহিত্যৰ ন'বেল বঁটা লাভ কৰিছিল।
  • ১৮৫১ - মাণিক চন্দ্ৰ বৰুৱা, অসমৰ সমাজ সেৱক, শিক্ষা সংগঠক আৰু ব্যৱসায়ী।
  • ১৯২৬ - ড॰ ভূপেন হাজৰিকা, অসম তথা ভাৰতৰ এগৰাকী বিশ্ববিশ্ৰুত শিল্পী, গায়ক, সুৰকাৰ, গীতিকাৰ আৰু সংগীত পৰিচালক আছিল। তদুপৰি তেখেত আছিল এগৰাকী চিত্ৰকৰ, লেখক, বিশ্ববিদ্যালয়ৰ শিক্ষক, চলচ্চিত্ৰ পৰিচালক আৰু আলোচনীৰ সম্পাদক। কিছু সময়ৰ কাৰণে তেখেতে সংসদীয় ৰাজনীতিতো যোগদান কৰিছিল। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবঙ্গ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। (মৃত্যুঃ ৫ নৱেম্বৰ, ২০১১)
  • ১৯৩৩ - আশা ভোছলে, প্ৰসিদ্ধ কণ্ঠশিল্পী।
  • ১৯৫০ - যতীন্দ্ৰ কুমাৰ বৰগোহাঞি, অসমৰ এগৰাকী সাংবাদিক, সাহিত্যিক, অৰ্থনীতিবিদ, বুদ্ধিজীৱী আৰু সমাজকৰ্মী আছিল।
  • ১৯৫৪ - ৰুবী ব্ৰিজেছ (Ruby Bridges), আমেৰিকাৰ মানৱতাবাদী সমাজকৰ্মী।
  • ১৯৭৯ - পিংক বা এলিচিয়া বেথ ম'ৰ (Alecia Beth Moore বা Pink), আমেৰিকাৰ গায়িকা।
  • ১৯৮৭ - ৱিজ খালিফা (Wiz Khalifa), আমেৰিকাৰ ৰেপ্ গায়ক।
  • ১৯৯০ - জ'ছ বাটলাৰ, ইংলেণ্ডৰ ক্ৰিকেট খেলুৱৈ।

মৃত্যুসম্পাদনা কৰক

দিৱসসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক



তথ্য সূত্ৰসম্পাদনা কৰক

  1. "King Charles III, the new monarch". BBC NEWSwww.bbc.com. September 8, 2022. https://www.bbc.com/news/uk-59135132. 
  2. "৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে ব্ৰিটেইনৰ ৰাণী এলিজাবেথ দ্বিতীয়ই". অসমীয়া প্ৰতিদিনwww.asomiyapratidin.in. September 8, 2022. https://www.asomiyapratidin.in/amp/story/world/queen-elizabeth-ii-dies-aged-96-at-balmoral.