১০ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৩ |
১০ ছেপ্টেম্বৰ (ইংৰাজী: 10 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৩তম (অধিবৰ্ষত ২৫৪তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী সম্পাদনা কৰক
- ১৮৪৬ - চিলাই মেচিনৰ ব্যৱসায়িক উৎপাদনৰ বাবে ‘‘এলিয়াছ হ’ৰ’’এ অনুমতি লাভ কৰিছিলে।
- ১৯৩৯ - কানাডাই মেকেঞ্জি কিঙৰ নেতৃত্বত জাৰ্মানীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে।
জন্ম সম্পাদনা কৰক
- ১৮৭২ - ৰঞ্জিত সিংজী, ক্ৰিকেট খেলুৱৈ, ৰঞ্জী ট্ৰফীৰ বাবে বিখ্যাত।
- ১৮৮৭ - গোৱিন্দ বল্লভ পন্ত, ভাৰতৰ স্বাধীনতা আন্দোলনৰ এজন অগ্ৰণী নেতা।
- ১৮৯২ - আৰ্থাৰ হ'লি কম্পটন (Arthur Holly Compton), প্ৰখ্যাত আমেৰিকান বিজ্ঞানীৰ, ১৯২৭ চনত তেওঁ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল। (মৃঃ ১৫ মাৰ্চ, ১৯৬২)
- ১৯১৭ - সত্যেন্দ্ৰ নাথ শৰ্মা, অসমৰ এজন সাহিত্যিক।
- ১৯৩৩ - নীলমণি ফুকন (কনিষ্ঠ), কবি, শিল্পী, সমালোচক, আৰু অধ্যাপক।
- ১৯৩৭ - জাৰেড মেছন ডায়মণ্ড, আমেৰিকান ভূগোলবিদ, ইতিহাসবিদ, নৃতত্ত্ববিদ আৰু পক্ষীবিদ।
- ১৯৬৪ - জেক মা, চীনা বিনিয়োগকাৰী আৰু ব্য়ৱসায়ী, আলিবাবা গ্ৰুপৰ সহ প্ৰতিষ্ঠাপক।
- ১৯৬৫ - অতুল কুলকৰ্নী, বলীউডৰ খলনায়ক অভিনেতা।
মৃত্যু সম্পাদনা কৰক
- ২১০ খ্ৰীষ্টপূৰ্ব - কীন ছি হুৱাং (Qin Shi Huang), কীন সাম্ৰাজ্য়ৰ ( Qin dynasty) প্ৰতিষ্ঠাপক।
- ১৯১৫ - বাঘা যতীন বা যতীন্দ্ৰনাথ মুখোপাধ্যায়, স্বাধীনতা সংগ্ৰামী।
- ১৯২৩ - সুকুমাৰ ৰায়, বাংলা শিশু সাহিত্যৰ যশস্বী লেখক।
- ১৯৬০ - হেৰল্ড গিল্লীছ (Harold Gillies), নিউজিলেণ্ডৰ চিকিৎসা বিজ্ঞানী, প্লাষ্টিক ছাৰ্জাৰীৰ পিতৃ পুৰুষ।
- ১৯৬৫ - আব্দুল হামিদ, ভাৰতীয় বীৰ সৈনিক, ভাৰত-পাকিস্থানৰ যুদ্ধত বীৰত্বৰ দেখুওৱা বাবে ভাৰত চৰকাৰে পৰম বীৰ চক্ৰ বঁটা প্ৰদান কৰিছিল।
দিৱস সম্পাদনা কৰক
- বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস।
- চীনৰ শিক্ষক দিৱস।
বাহ্যিক সংযোগ সম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ১০ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |