১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২২ ছেপ্টেম্বৰ (ইংৰাজী: 22 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৫তম (অধিবৰ্ষত ২৬৬তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী সম্পাদনা কৰক

  • ১৪৯৯ - স্বাবিয়ান যুদ্ধৰ (Swabian War) বাছেল চুক্তি (Treaty of Basel) স্বাক্ষৰিত হয় আৰু যুদ্ধ সমাপ্ত হৈছিল।
  • ১৯৩৪ - ব্ৰিটেইনৰ গ্ৰেছফ'ৰ্ড কয়লা খনিত বিস্ফোৰণ ঘটি ২৬৬জন লোকৰ মৃত্যু হৈছিল। এই ঘটনাক গ্ৰেছফ'ৰ্ড দুৰ্যোগ (Gresford disaster) বুলি জনা যায়।
  • ১৯৬৫ - আমেৰিকাৰ দ্বাৰা যুদ্ধ বিৰতি আহ্বানত কাশ্মীৰক লৈ হোৱা ভাৰত-পাকিস্থানৰ যুদ্ধৰ অৱসান ঘটে।
  • ১৯৮০ - ইৰাক-ইৰানৰ যুদ্ধ আৰম্ভ হয়।
  • ২০১৩ - পাকিস্থানৰ পেছাৱৰত থকা এটা গীৰ্জা ঘৰত আত্মঘাতী বোমাৰু উগ্ৰপন্থীয়ে দুটা বোমা বিস্ফোৰণ ঘটাইছিল আৰু সেই বিস্ফোৰণত ১২৭জন লোক নিহত হৈছিল।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক



তথ্য সূত্ৰ সম্পাদনা কৰক