৬ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২২ |
৬ ছেপ্টেম্বৰ (ইংৰাজী: 6 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৯তম (অধিবৰ্ষত ২৫০তম) দিন। বছৰ শেষ হ'বলৈ ১১৬ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৫৫২ - ভিক্টোৰিয়া জাহাজ বা নাও ভিক্টোৰিয়াই প্ৰথমখন জাহাজ হিচাপে সমুদ্ৰ পথৰে গোটেই পৃথিৱী পৰিভ্ৰমণ কৰি স্পেইনলৈ উভতি আহে। এই যাত্ৰা মেগেলানে ১৫১৯ চনৰ ১০ আগষ্টত আৰম্ভ কৰিছিল।
- ১৯৩৯ - দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল।
- ১৯৪৮ - জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল।
- ১৯৫২ - কানাডাৰ প্ৰথম টেলিভিছন (ইংৰাজী: CBFT-TV) মণ্ট্ৰিয়েলত মুকলি কৰা হয়।
- ১৯৬৮ - ছুইজাৰলেণ্ড স্বাধীন হয়।
- ১৯৯০ - প্ৰচাৰ ভাৰতী আইন - ১৯৯০ক (ইংৰাজী: The Prasar Bharati Act, 1990), সংসদত সন্মতি দিয়া হয়। [1]
- ১৯৯১ - চোভিয়েট ইউনিয়নে(ইংৰাজী: Soviet Union) বাল্টিক ৰাজ্য(ইংৰাজী: Baltic states), এষ্ট'নিয়া(ইংৰাজী: Estonia), লাটভিয়া(ইংৰাজী: Latvia) আৰু লিথুৱানিয়াৰ(ইংৰাজী: Lithuania) স্বাধীনতা স্বীকাৰ কৰে।
জন্মসম্পাদনা কৰক
- ১৬২০ - ইছাবেলা লিয়নাৰ্দ (ইংৰাজী: Isabella Leonarda), ইটালীয়ান সুৰকাৰ। ( মৃত্যু ১৭০৪)
- ১৭৩২ - জহান উইলকে(ইংৰাজী: Johan Wilcke), ছুইদিচ প্ৰকৃতি বিজ্ঞানী। (মৃত্যু ১৭৯৬)
- ১৭৬৬ - জন ডেল্টন (ইংৰাজী: John Dalton), ইংৰাজ পদাৰ্থ, ৰসায়ন আৰু জলবায়ু বিজ্ঞানী, আণৱিক সূত্ৰ আৰু ডেল্টন সূত্ৰ বা আংশিক চাপৰ সূত্ৰৰ আৱিষ্কাৰক। (মৃত্য়ু: ২৭ জুলাই, ১৮৪৪)
- ১৮৬০ - জেন আডামছ (ইংৰাজী: Jane Addams), শান্তীৰ ন'বেল বিজয়ী (১৯৩১) আমেৰিকান সমাজকৰ্মী। (মৃত্য়ু: ২১ মে', ১৯৩৫)
- ১৮৮৯ - শৰৎ চন্দ্ৰ বসু (ইংৰাজী: Sarat Chandra Bose), স্বাধীনতা সংগ্ৰামী। (মৃত্য়ু ২০ ফেব্ৰুৱাৰী, ১৯৫০)
- ১৯০৮ - এন্থনি ৱেগনাৰ (ইংৰাজী: Anthony Wagner), অস্ত্ৰৰ ইংৰাজী অধিকাৰি। (মৃত্যু ১৯৯৫)
- ১৯১১ - হেৰি ডানিং (ইংৰাজী: Harry Danning), আমেৰিকান বেছবল খেলুৱৈ। (মৃত্যু ২০০৪)
- ১৯১৭ - জৰ্জ মান (ইংৰাজী: George Mann), ইংৰাজ ক্ৰিকেটাৰ। (মৃত্যু ২০০১)
- ১৯২৪ - জন মৰ্লচাৰ (ইংৰাজী: John Melcher), আমেৰিকান ৰাজনীতিবিদ। (মৃত্যু ১৯২৪)
- ১৯২৮ - ছিদ ৱাটকিনচ্ (ইংৰাজী: Sid Watkins), ইংৰাজী নিউৰ'চাৰ্জেন। (মৃত্যু ২০১২)
- ১৯২৯ - যশ জহাৰ (ইংৰাজী: Yash Johar), ভাৰতীয় বোলছবি প্ৰযোজক আৰু ধৰ্মা প্ৰডাকচনৰ (ইংৰাজী: Dharma Productions) প্ৰতিষ্ঠাতা। (মৃত্যু ২০০৫)
- ১৯৪৫ - গ' নাগায় (ইংৰাজী: Go Nagai), জাপানীজ লেখক আৰু অঙ্কনশিল্পী।
- ১৯৬৩ - পেট নেভিন(ইংৰাজী: Pat Nevin), স্কটিছ(ইংৰাজী: Scottish) ফুটবলাৰ।
মৃত্যুসম্পাদনা কৰক
- ১৯৫৬ - লি জাং চ'ব (ইংৰাজী: Lee Jung Seob), কোৰিয়ান পেইণ্টাৰ বা চিত্ৰকৰ। (জন্ম ১৯১৬)
- ১৯৭২ - ওস্তাদ আলাউদ্দিন খান বা বাবা আলাউদ্দিন খান (ইংৰাজী: Allauddin Khan), ভাৰতীয় শাস্ত্ৰীয় সংগীত শিল্লী। (জন্ম ১৮৬২)
- ১৯৯৮ - আকিৰা কুৰ'ছাৱা (ইংৰাজী: Akira Kurosawa), জপানীজ বোলছবি নিৰ্মাতা। (জন্ম: ২৩ মাৰ্চ, ১৯১০)
- ১৯৯৭ - পি এইচ নিউবে (ইংৰাজী: P. H. Newby), ইংৰাজী লেখক। (জন্ম ১৯১৮)
- ২০০৫ - মেজৰ ধন সিং থাপা (ইংৰাজী: Dhan Singh Thapa), পৰমবীৰ চক্ৰ বিজেতা সৈনিক। (জন্ম: ১০ এপ্ৰিল, ১৯২৮)
- ২০০৮ - অনিতা পেজ(ইংৰাজী: Anita Page), আমেৰিকান অভিনেত্ৰী। (জন্ম ১৯১০)
- ২০১২ - আৰ্ট মডেল (ইংৰাজী: Art Modell), আমেৰিকান ব্যৱসায়ী। (জন্ম ১৯২৫)
- ২০১৯ - ৰবাৰ্ট মুগাবে (ইংৰাজী: Robert Mugabe), জিম্বাবুৱেৰ প্ৰাক্তন ৰাষ্টপতি আৰু বিপ্লৱী নেতা। (জন্ম: ২১ ফেব্ৰুৱাৰী, ১৯২৪)
দিৱসসম্পাদনা কৰক
- ৰাষ্ট্ৰীয় পুষ্টি সপ্তাহ, ষষ্ঠ দিন। (১ ছেপ্টেম্বৰ - ৭ ছেপ্টেম্বৰ)