১৮ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | |||||
২০২৪ |
১৮ ছেপ্টেম্বৰ (ইংৰাজী: 18 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬১তম (অধিবৰ্ষত ২৬২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১০৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৬১৫ - ব্ৰিটিছ ৰাষ্ট্ৰদূত ছাৰ থমাছ ৰ' মোগল সম্ৰাট জাহাঙ্গীৰক লগ কৰিবলৈ আহি ভাৰতৰ চুৰাট বন্দৰত উপস্থিত হয়।
- ১৮০৩ - ব্ৰিটিছে পুৰী দখল কৰে।
- ১৯৪৮ - হায়দৰাবাদৰ নিজামৰ সেনা বাহিনীয়ে ভাৰতীয় সেনা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰা বাবে অপাৰেছন প'ল' বাতিল কৰা হয়।
- ১৯৬৭ - নাগালেণ্ডত ইংৰাজী ভাষা নিৰ্দেশনাৰ মাধ্যম হিচাপে লোৱা হৈছিল।
জন্ম
সম্পাদনা কৰক- ৫৩ - ট্ৰ'জান (Trajan), ত্ৰয়োদশ ৰোমান সম্ৰাট।
- ১৭০৯ - চেমুৱেল জনছন (Samuel Johnson), ইংৰাজ শিক্ষাবিদ আৰু অভিধান প্ৰণেতা।
- ১৮৯৫ - জন ডিফেনবেকাৰ (John Diefenbaker), কানাডাৰ ত্ৰয়োদশ প্ৰধান মন্ত্ৰী।
- ১৮২৪ - ৰেৱতী মোহন দত্তচৌধুৰী বা শীলভদ্ৰ, অসমৰ প্ৰখ্যাত গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ।
- ১৯৪৬ - মুকুন্দকাম শৰ্মা, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী প্ৰাক্তন ন্যায়াধীশ।
- ১৯৫০ - শাবানা আজমী (Shabana Azmi), এগৰাকী ভাৰতীয় অভিনেত্ৰী। চলচ্চিত্ৰ অভিনয়ৰ সমান্তৰালকৈ তেওঁ সামাজিক বিষয়ৰ সৈতেও জড়িত। তেওঁ উৰ্দু ভাষাৰ কবি কাইফী আজমী আৰু মঞ্চ অভিনেত্ৰী চৌকত কাইফীৰ জীয়ৰী।
- ১৯৭৬ - ৰ'নাল্ড' (Ronaldo), ব্ৰাজিলৰ ১৯৯৪ আৰু ২০০২ চনৰ বিশ্ব কাপ বিজয়ী দলৰ মুখ্য় ফুটবল খেলুৱৈ। ২০০২ চনৰ বিশ্ব কাপ ফুটবলৰ ম'ষ্ট ভেলুৱেবল প্লেয়াৰ।
মৃত্যু
সম্পাদনা কৰক- ৯৬ - ডমিচিয়ান (Domitian), ৰোমান সম্ৰাট।
- ১৮৭৩ - লিঅ'নাৰ্ড অইলাৰ (Leonhard Euler), চুইছ গণিতজ্ঞ, পদাৰ্থবিজ্ঞানী, জ্যোতিৰ্বিজ্ঞানী, ভূগোলবিজ্ঞানী, নৈয়ায়িক (logician) আৰু অভিযন্তা আছিল। টপ'ল'জি আৰু গ্ৰাফ থিয়ৰীৰ আৱিষ্কাৰক। (জঃ ১৫ এপ্ৰিল, ১৭০৭)
- ১৯৬১ - ডগ হেমাৰস্খ'ল্ড (Dag Hammarskjöld), ৰাষ্ট্ৰসংঘৰ দ্বিতীয় সচিব। শান্তিৰ ন'বেল বঁটা জয়ী। বিমান দুৰ্ঘটনাত নিহত হৈছিল। (জঃ ২৯ জুলাই, ১৯০৫)
- ১৯৭৮ - আব্ৰাহাম থ'মাছ কুভুৰ, ভাৰতীয় মূলৰ অধ্যাপক আৰু যুক্তিবাদী।
- ২০১১ - ৰামশৰণ দৰ্নাল, নেপালী নৃতাত্ত্ৱিক সংগীতবিজ্ঞানী।
- ২০১৩ - কেন নৰ্টন (Ken Norton), আমেৰিকান বক্সিং খেলুৱৈ।
- ২০২১ - ডঃবাণীকান্ত শৰ্মা। বিশিষ্ট শিক্ষাবিদ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰী অসমীয়া বিভাগৰ অধ্যাপক, সু সাহিত্যিক,অভিধান প্ৰণেতা ।
দিৱস
সম্পাদনা কৰক- বিশ্ব জল পৰিদৰ্শন দিৱস
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ১৮ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |