২০ ছেপ্টেম্বৰ
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ |
২০ ছেপ্টেম্বৰ (ইংৰাজী: 20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰ শেষ হ'বলৈ ১০২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্মসম্পাদনা কৰক
- ১৯৪৩ চনৰ আজিৰ দিনটোত প্ৰয়াত কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
- ১৯৮৩ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্ম হৈছিল।
- ১৯৪৯ চনৰ আজিৰ দিনটোত ভাৰতৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক মহেশ ভট্টৰ জন্ম হৈছিল।
মৃত্যুসম্পাদনা কৰক
- আজিৰ দিনটোতে ৪২ৰ গণ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল।