মূল মেনু খোলক
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০  

২০ ছেপ্টেম্বৰ (ইংৰাজী20 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৩তম (অধিবৰ্ষত ২৬৪তম) দিন। বছৰ শেষ হ'বলৈ ১০২ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

জন্মসম্পাদনা কৰক

  1. ১৯৪৩ চনৰ আজিৰ দিনটোত প্ৰয়াত কণ্ঠশিল্পী জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল।
  2. ১৯৮৩ চনৰ আজিৰ দিনটোতে অভিনেত্ৰী বৰষা ৰাণী বিষয়াৰ জন্ম হৈছিল।
  3. ১৯৪৯ চনৰ আজিৰ দিনটোত ভাৰতৰ এগৰাকী বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, প্ৰযোজক মহেশ ভট্টৰ জন্ম হৈছিল।

মৃত্যুসম্পাদনা কৰক

  1. আজিৰ দিনটোতে ৪২ৰ গণ আন্দোলনত কনকলতা বৰুৱা শ্বহীদ হৈছিল।

অন্যান্যসম্পাদনা কৰক

বাহ্যিক সংযোগসম্পাদনা কৰক