৬ জুন
তাৰিখ
(০৬ জুনৰ পৰা পুনঃনিৰ্দেশিত)
জুন | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ||||||
২ | ৩ | ৪ | ৫ | ৬ | ৭ | ৮ |
৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ |
১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ |
২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ |
৩০ | ||||||
২০২৪ |
৬ জুন (ইংৰাজী: 6 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫৭তম (অধিবৰ্ষত ১৫৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২০৮টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৯৩ - চাইবেৰিয়াৰ ৪৬০জন শৰণাৰ্থীক গণহত্যা, তাৰে ভিতৰত অধিকাংশই নাৰী আৰু শিশু।
- ১৯৯৪ - কলম্বিয়াত ভয়াবহ ভূমিকম্পত ১ হাজাৰ মানুহ নিহত।
জন্ম
সম্পাদনা কৰক- ১৮৫১ - এঞ্জেলো মৰিঅণ্ডো, ইটালীৰ উদ্ভাৱক।
- ১৮৭৪ - থমাছ মান, জাৰ্মানী কথাশিল্পী।
- ১৮৯০ - লোকপ্ৰিয় গোপীনাথ বৰদলৈ, অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী তথা ভাৰতৰত্ন বঁটা প্ৰাপ্ত ব্যক্তি।
- ১৯২৯ - সুনীল দত্ত, ভাৰতীয় চলচ্চিত্ৰ অভিনেতা, প্ৰযোজক, পৰিচালক আৰু ৰাজনীতিবিদ। (মৃত্যু: ২০০৫)
- ১৯৪০ - ৰমেন বৰুৱা, অসমীয়া সঙ্গীত পৰিচালক আৰু কণ্ঠশিল্পী।
- ১৯৬৮ - ষ্টিভেন জনছন, আমেৰিকান বিজ্ঞান লেখক।
- ১৯৭৯ - ভিতালী দাস, অসমীয়া সঙ্গীত শিল্পী। (মৃত্যু: ২১ এপ্ৰিল, ২০২১)
- ১৯৮৮ - নেহা কক্কৰ, বলিউডৰ গায়িকা।
মৃত্যু
সম্পাদনা কৰক- ১৮৩২ - জেৰেমি বেন্থাম, ইংৰাজ দাৰ্শনিক, আইনবিদ আৰু সমাজ সংস্কাৰক। (জন্মঃ ১৭৪৮)
- ১৯৯৯ - ৰাজেন ৰাভা, অসমীয়া শিক্ষক, সাহিত্যিক, সমাজ সেৱক।
- ২০১৬ - ভিক্টৰ কৰ্চনই, চোভিয়েট ইউনিয়নৰ বিখ্যাত গ্ৰেণ্ডমাষ্টাৰ দবা খেলুৱৈ আৰু লেখক আছিলে। (জন্মঃ ১৯৩১)
- ২০১৮ - কিৰা মুৰাট'ভা, ইউক্ৰেনীয়ান চলচ্চিত্ৰ পৰিচালক।