২৪ ছেপ্টেম্বৰ
তাৰিখ
ছেপ্টেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ||||
৪ | ৫ | ৬ | ৭ | ৮ | ৯ | ১০ |
১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ | ১৭ |
১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ | ২৪ |
২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ | |
২০২২ |
২৪ ছেপ্টেম্বৰ (ইংৰাজী: 24 September) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৬৭তম (অধিবৰ্ষত ২৬৮তম) দিন। বছৰ শেষ হ'বলৈ ৯৮ দিন বাকী থাকে।
ঘটনাৱলীসম্পাদনা কৰক
- ১৭২৬ - কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা অনুমতি লাভ কৰে।
- ২০০১ - আমেৰিকা যুক্তৰাষ্ট্ৰত থকা বিন লাডেনৰ সম্পত্তি বাজেয়াপ্ত কৰা হয়।
- ২০০২ - গুজৰাটৰ গান্ধীনগৰৰ অক্ষৰধাম মন্দিৰত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত দুজন উগ্ৰপন্থীসহ ২৬জন লোকৰ মৃত্যু হয়।
- ২০০৭ - প্ৰথম টুৱেণ্টী ২০ বিশ্বকাপ ক্ৰিকেটত পাকিস্তানক ৫ ৰানত পৰাজিত কৰি ভাৰত চেম্পিয়ন হয়।
- ২০১৩ - পাকিস্তানত সংঘটিত হয় এক ভয়াবহ ভূমিকম্পৰ। এই ভূমিকম্পৰ ফলত পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ সাগৰ তীৰত থকা এটা সৰু দ্বীপ ‘যলযলা জাযীৰা’-ৰ সৃষ্টি হয়।
- ২০১৪ - ভাৰত মঙ্গলযানৰ দ্বাৰা মঙ্গল অভিযানৰ প্ৰথম প্ৰচেষ্টাতে সফল হোৱা বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হয়।
জন্মসম্পাদনা কৰক
- ১৮৯৫ - আন্দ্ৰে ফ্ৰেডেৰিক কৰনাদ, প্ৰখ্যাত ফৰাচী চিকিৎসক তথা শৰীৰবিদ।
- ১৯২৪ - কৃষ্ণকুমাৰ শুক্লা, জাতীয়তাবাদী কংগ্ৰেছৰ বিশিষ্ট শ্ৰমিক নেতা।
- ১৯২৫ - অতাৰ সিং পেণ্টাল, ভাৰতীয় চিকিৎসা বিজ্ঞানী।
- ১৯৬১ - মাডাম ভিখাজী কামা, ৰাজনৈতিক কৰ্মী।
মৃত্যুসম্পাদনা কৰক
- ১৯০৪ - নীলছ ৰাইবাৰ্গ ফিনছেন, প্ৰসিদ্ধ চিকিৎসা বিজ্ঞানী। ফটোথেৰাপী আৱিষ্কাৰৰ বাবে তেওঁৰ নাম বিশেষভাৱে বিখ্যাত।
- ১৯৯৯ - পান্নালাল অছোৱাল, অসমৰ পৰা অপহৃত বিজেপি প্ৰাৰ্থী আছিল, আততায়ীৰ হাতত মৃত্যু হয়।
- ২০০২ - ড° পি আৰ পিশ্বাৰোটী, ভাৰতীয় মহাকাশ আৰু পদাৰ্থ বিজ্ঞানী, ভাৰতীয় দূৰ সংবেদনৰ (remote sensing) পিতৃ পুৰুষ।
দিৱসসম্পাদনা কৰক
বাহ্যিক সংযোগসম্পাদনা কৰক
ৱিকিমিডিয়া কমন্সত ২৪ ছেপ্টেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |