৭ নৱেম্বৰ
তাৰিখ
(নৱেম্বৰ ৭ৰ পৰা পুনঃনিৰ্দেশিত)
নৱেম্বৰ | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | |||||
৩ | ৪ | ৫ | ৬ | ৭ | ৮ | ৯ |
১০ | ১১ | ১২ | ১৩ | ১৪ | ১৫ | ১৬ |
১৭ | ১৮ | ১৯ | ২০ | ২১ | ২২ | ২৩ |
২৪ | ২৫ | ২৬ | ২৭ | ২৮ | ২৯ | ৩০ |
২০২৪ |
৭ নৱেম্বৰ (ইংৰাজী: 7 November) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩১১তম (অধিবৰ্ষত ৩১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৫৪টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
ঘটনাৱলী
সম্পাদনা কৰক- ১৯১৭ - ৰাছিয়াত ঐতিহাসিক ৰুছ বিপ্লৱ হয়। জাৰৰ শাসন অন্ত পৰে।
- ১৯৬২ - নেলছন মেণ্ডেলাক পাঁচ বছৰৰ বাবে কাৰাদণ্ড দিয়া হয়। পিছত এই দণ্ডাজ্ঞা যাৱজ্জীৱন কৰা হয়।
জন্ম
সম্পাদনা কৰক- ১৮৬৭ - মেৰী কুৰী, ফৰাচী পদাৰ্থবিদ।
- ১৮৭৮ - কীৰ্তিনাথ শৰ্মা বৰদলৈ, অসমীয়া সংগীতজ্ঞ।
- ১৮৭৯ - লিয়ন ট্ৰটস্কি, মাৰ্ক্সবাদী বিপ্লৱী আৰু সূত্ৰবাদী।
- ১৮৮৮ - চন্দ্ৰশেখৰ ভেংকটাৰামন, ভাৰতীয় পদাৰ্থ বিজ্ঞানী।
- ১৯১৯ - প্ৰদীপ চলিহা, অসমৰ লোককলা আৰু লোক-সংস্কৃতিৰ অন্যতম সাধক তথা গৱেষক।
- ১৯৪১ - দ্ৰুপদ বৰগোহাঁই, ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ জ্যেষ্ঠ নেতা।
- ১৯৪৭ - ঊষা উথুপ, ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী।
- ১৯৫৪ - কমল হাছান, ভাৰতীয় চলচ্চিত্ৰ জগতৰ শক্তিশালী অভিনেতা।
- ১৯৬৯ - নন্দিতা দাস, ভাৰতীয় অভিনেত্ৰী আৰু চলচ্চিত্ৰ পৰিচালক।
- ১৯৭০ - ঋতুপৰ্ণা সেনগুপ্ত, ভাৰতীয় অভিনেত্ৰী।
- ১৯৮১ - অনুষ্কা শেট্টী, ভাৰতীয় অভিনেত্ৰী৷
- ১৯৯৬ - এলডোজ পল, ভাৰতীয় এথলেটিকছ।
মৃত্যু
সম্পাদনা কৰক- ১৯৭৯ - ৰাইমা সেন, ভাৰতীয় অভিনেত্ৰী।
- ২০০০ - চিদাম্বৰম সুব্ৰমনিয়াম, ভাৰতীয় ৰাজনৈতিক নেতা আৰু স্বাধীনতা সংগ্ৰামী।
- ২০০৫ - ভুবন বৰুৱা, অসমীয়া লেখক, অৰ্থনীতিবিদ।
- ২০১৩ - মৃদুল বৰুৱা, অসমীয়া কবি, চলচ্চিত্ৰ পৰিচালক।
- ২০১৬ - কানু গান্ধী, ভাৰতীয় বিজ্ঞানী।
- ২০১৯ - নৱনীতা দেৱ সেন, ভাৰতীয় শিক্ষাবিদ আৰু লেখক।
দিৱস
সম্পাদনা কৰক- বিদ্যাৰ্থী দিৱস (মহাৰাষ্ট্ৰ, ভাৰত)।
- হাংগেৰীয়ান অপেৰা দিৱস (হাংগেৰী)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৭ নৱেম্বৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |