৭ জানুৱাৰী
তাৰিখ
(০৭ জানুৱাৰীৰ পৰা পুনঃনিৰ্দেশিত)
জানুৱাৰী | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২৪ |
৭ জানুৱাৰী (ইংৰাজী: 7 January) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৭ম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৫৮টা দিন (অধিবৰ্ষত ৩৫৯টা দিন) বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা -
ঘটনাৰাজী
সম্পাদনা কৰক- ১৯২৭ খৃঃ - নিউ য়ৰ্ক আৰু লণ্ডনৰ মাজত "ট্ৰেন্স আটলাণ্টিক" বাণিজ্যিক টেলিফোন সেৱাৰ মুকলি।
- ১৯৭৯ খৃঃ - ভিয়েটনামৰ সৈন্যই কম্বোডিয়াৰ ৰাজধানী ফনম পেনঃ দখল কৰিছিল।
জন্ম
সম্পাদনা কৰক- ১৮৯৩ - জানকী দেৱী বাজাজ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী।
- ১৯৩৮ - বি. সৰোজা দেৱী, ভাৰতীয় অভিনেত্ৰী।
- ১৯৪৮ - শোভা দে, ভাৰতীয় ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ৷
- ১৯৫০ - জনী লিভাৰ, বলীউডৰ প্ৰখ্যাত কৌতুক অভিনেতা।
- ১৯৫৭ - ৰীণা ৰয়, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬১ - সুপ্ৰিয়া কাপুৰ, ভাৰতীয় অভিনেত্ৰী।
- ১৯৬৭ - ইৰফান খান, ভাৰতীয় অভিনেতা আৰু চলচ্চিত্ৰ প্ৰযোজক।
- ১৯৭৯ - বিপাশা বসু, বলীউডৰ অভিনেত্ৰী।
- ১৯৮৫ - প্ৰিয়ংকা বৰা, ভাৰতীয় ভলীবল খেলুৱৈ৷
- ২০০৪ - শৈলী সিং, ভাৰতীয় এথলীট।
মৃত্যু
সম্পাদনা কৰক- ১৯৪৩ - নিক'লা টেছলা, বিখ্যাত ছাৰ্বিয়া-আমেৰিকান পদাৰ্থ বিজ্ঞানী , উদ্ভাৱক তথা বৈদ্যুতিক অভিযন্তা।
- ২০১৬ - গুণাৰাম খনিকৰ, প্ৰসিদ্ধ বনৌষধি বিশেষজ্ঞ। (জন্ম: ২২ মাৰ্চ, ১৯৪৯)
দিৱস
সম্পাদনা কৰক- তিৰংগ দিৱস (ইটালী)।
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ৭ জানুৱাৰী সম্পৰ্কীয় মিডিয়া ফাইল আছে। |