২১ এপ্ৰিল

তাৰিখ
(এপ্ৰিল ২১ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮  ১৯  ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০  

২১ এপ্ৰিল (ইংৰাজী: 21 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে।

ঘটনাৱলী সম্পাদনা কৰক

  • ৭৫৩ - ৰোম নগৰৰ প্ৰতিষ্ঠা।
  • ১৫২৬ - পানীপথৰ প্ৰথম যুদ্ধ।
  • ১৯৫২ - লণ্ডন আৰু ৰোমৰ মাজত প্লেন চালনাৰ মাধ্যমেৰে বিশ্বৰ প্ৰথম জেট প্লেন চলাচল আৰম্ভ।
  • ২০১৯ - শ্ৰীলঙ্কাত গীৰ্জা, হোটেল আৰু মছজিদত হোৱা ধাৰাবাহিক বোমা বিস্ফোৰণত কমেও ২৯০ জন মানুহৰ মৃত্যু হয়।

জন্ম সম্পাদনা কৰক

মৃত্যু সম্পাদনা কৰক

দিৱস সম্পাদনা কৰক

বাহ্যিক সংযোগ সম্পাদনা কৰক